অৱশেষত ধুবুৰীলৈ আহিল জাহাংগীৰ হুছেইনৰ ভাতৃ। ঢকুৱাখনাৰ পৰা ধুবুৰীলৈ ৰাওনা জাহিদুৰ হুছেইন। আৰক্ষীয়ে একপ্ৰকাৰ পলুৱাই পঠিয়ালে জাহাংগীৰৰ ভাতৃ জাহিদুৰক। গোগামুখলৈকে আৰক্ষীয়ে আগবঢ়াই দিলে জাহিদুৰক। সমান্তৰালভাৱে জেৰা চলিছে সুনীলৰ অসুস্থ পুত্ৰৰ। ঘটনাৰ সবিশেষ চাওক আমাৰ এক প্ৰতিবেদন।
#PratidinTime #assam #AssamNews #sunilgogoi
Негізгі бет আৰক্ষীয়ে একপ্ৰকাৰ পলুৱাই পঠিয়ালে নেকি জাহাংগীৰৰ ভাতৃ জাহিদুৰক......কিন্তু কিয়?
Пікірлер: 60