আৰক্ষীৰ বেহু ফালি মুখ্যমন্ত্ৰীক লগ কৰাৰ চেষ্টা এগৰাকী যুৱতীৰ। নিৰাপত্তাৰ খাতিৰত যুৱতী গৰাকীক আটক কৰে আৰক্ষীয়ে। পিছত মুখ্যমন্ত্ৰীয়ে নিজেই মাতি নিয়ে যুৱতী গৰাকীক। যুৱতী গৰাকীক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে। কিয় যুৱতী গৰাকীয়ে লগ কৰিব আহিছিল মুখ্যমন্ত্ৰীক?
#Assam #AssamNews #HimantaBiswaSarma #NewsLive
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
Негізгі бет আৰক্ষীৰ বেহু ফালি মুখ্যমন্ত্ৰীক লগ কৰাৰ চেষ্টা এগৰাকী যুৱতীৰ, কিয় যুৱতী গৰাকীয়ে লগ কৰিব আহিছিল CM?
Пікірлер: 97