"কলিৰ আগমন" এটি তত্বগধুৰ নাম, ১৯৯৩ চনত প্ৰথম বাৰ ভৰালী খুৰাৰ কণ্ঠত শুনিবলৈ পাইছিলো। তেতিয়াৰ পৰাই নামটোৰ প্ৰতি মোৰ দুৰ্বলতা থাকিল।সেয়ে ২০০৪ চনত পুনৰাই বাণীবদ্ধ কৰি নিজাকৈ সংৰক্ষণ কৰিলো। হাজো অঞ্চলৰ হৰগৌৰী মন্দিৰত ভিডিঅ'টো কৰা হয়।এই চেগতে দৰ্শক ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিলো।
Негізгі бет Музыка Ramcharan Bharalir VCD"কলিৰ আগমন"
Пікірлер: 8