Videography : Nilotpal deka
এইটো মোৰ প্ৰথম vlog নাজানো কিমান দুৰ কি কৰিব পাৰিছোঁ মাথো, চেষ্টা কৰিছোঁ । এই ক্ষেত্ৰত মোৰ কোনো অভিজ্ঞতা নাই । গতিকে ভূল হৈ যোৱাটো স্বাভাৱিক কথা , ভূল হলে নিজৰ বুলি ক্ষমা কৰি দিয়ে যেন ।
ভঠেলি মেলা , আমাৰ ৰামদিয়া বাসীৰ আবেগ স্বৰূপ ।
২ বছৰৰ মূৰত আকৌ উদয্যাপন হৈছে গতিকে আমি সকলো নথৈ আনন্দিত হৈছো । যিমান দুৰ পাৰো আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ ।
Негізгі бет Ramdia Bhatheli mela | vatheli mela | Vlog - 1 | Bikash Das official | Hajo Ramdia ভঠেলি মেলা
Пікірлер: 78