সোনালী দিনৰ সুৰীয়া গীত।।Melodious Assamese Old Song
পুৰনি অসমীয়া গীতবোৰৰ কথা-সুৰ-সংগীত অতিকে মধুৰ। শুনি কেতিয়াও আমনি নালাগে। মোৰ প্ৰিয় কেইটিমান গীতৰ সংগ্ৰহ আপোনালোকলৈ বুলি আগবঢ়াই দিলো। শুনি চাব। ভাল লাগিব।
জোনটি ওলালে....(মইনাজান)
খগেন মহন্ত/অৰ্চনা মহন্ত
আলফুলিয়া কপৌ ফুল....(মৰমী)
দ্বিপেন বৰুৱা/নমিতা ভট্টাচাৰ্য
মিলনৰ এই শুভ ক্ষণ....(চিকমিক্ বিজুলী)
ভূপেন হাজৰিকা/সুমন কল্যানপুৰ
জোনালী যদি তুমি....(মৰম)
দ্বিপেন বৰুৱা/নমিতা ভট্টাচাৰ্য
নাই হোৱা শেষ....(মেঘমুক্তি)
দ্বিপেন বৰুৱা/নমিতা ভট্টাচাৰ্য
পলাশৰে ৰং....(পলাশৰ ৰং)
ভূপেন হাজৰিকা/ঊষা মঙ্গেশকাৰ
হালে জালে অ'.... (মৰম)
দ্বিপেন বৰুৱা
নয়ন মণি....(নয়নমনি)
ঢৌ তুলি নাচিলে....(আজলি নবৌ)
দ্বিপেন বৰুৱা/ৰুণজোন ফুকন
পাহাৰৰ জুৰিটি....(ৰশ্মিৰেখা)
খগেন মহন্ত/অৰ্চনা মহন্ত
Негізгі бет Музыка সোনালী দিনৰ সুৰীয়া গীত।।Melodious Assamese Old Song।।@assamesemelody17
Пікірлер: 84