সদৌ অসম কৃষ্ণ সূৰ্য নাম সমাজ
শংকৰদেৱ শিল্পী সমাজ, শিৱসাগৰৰ সৌজন্যত অনুষ্ঠিত হৈ যোৱা সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ চতুৰ্থ শ্ৰেষ্ঠ দল(যুটীয়া)-ৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা । বিষ্ণুপ্ৰিয়া সাংস্কৃতিক মঞ্চ দুলিয়াজান। স্থান-স্থায়ী ৰাসমঞ্চ, আঞ্চলিক শ্রীশ্রী শংকৰদেৱ কৃষ্টি বিকাশ সমিতি, মেৰবিল, বেতবাৰী, শিৱসাগৰ
জয় গুৰু শংকৰ
#Ramchandran_Baikuntha_Jattra
#Bhaona
#Bhaona_Competition
#AnupamBitupon
#ভাওনা
#vauna
#bhavna
Негізгі бет Ойын-сауық সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ চতুৰ্থ শ্ৰেষ্ঠ দল-শ্ৰী ৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা । Bhaona Competition
Пікірлер: 125