'আধুনিক নৃত্য' অনুষ্ঠানে কৃষ্টিৰ পথাৰত অসমৰ স্থান আৰু বিশ্ববাসীৰ মৰম আশীষ বুটলিবলৈ সক্ষম হৈছে আজিৰ নৱ প্ৰজন্ম ।। উঠি অহা অসমীয়া নৃত্য শিল্পী সকলক সামান্য উৎসাহ আৰু প্ৰেৰণা প্ৰদানৰ প্ৰয়াসেৰে এই ভিডিঅটি শ্বেয়াৰ কৰিলোঁ ।। আশা ৰাখিছোঁ দৰ্শক বৃন্দই আদৰি লব ।।
।।নমস্কাৰ।।
Негізгі бет || sami sami || চামে-চামে || মঞ্চলৈ আহি আছে গীতাশ্ৰী ইংতিৰ ললিত নৃত্য ||
Пікірлер: 2