KZ
item
Негізгі бет
Трендинг
Журнал
Ұнаған бейнелер
Ең жақсы KZitem
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Кіру
Тіркелу
Кіру
Тіркелу
Негізгі бет
Трендинг
Журнал
Ұнаған бейнелер
Ең жақсы KZitem
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Негізгі бет
Sangeetmoy Bhagwat, Sivsagar mahapalnamm ||
8 ай бұрын
Sangeetmoy Bhagwat, Sivsagar mahapalnamm ||
Рет қаралды
100,937
Riju Pathak.
1
1
Жүктеу
Пікірлер: 415
@junak4332
2 ай бұрын
সেৱা জনালো 🙏ভাগি পৰাৰ সময়ত আপোনাৰ কন্ঠত নাম শুনিলে মনটো শান্ত হয়।
@joyprokashbhuyan4157
24 күн бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ সেৱা জনাইছোঁ ।
@manjulabora8219
7 ай бұрын
,, কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ ভক্তি ভৰা সেৱা আগবঢ়ালোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@user-ct7tn8cp3r
Күн бұрын
ওম নমো ভাগবত ই বাসুদেৱ নম 🙏🙏🙏
@keshabbora7742
5 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@user-wb2bz6cj4k
2 ай бұрын
এতিয়ালৈকে পাচ বাৰ শুনিলোঁ। হেপাঁহ পলোৱা নাই। প্ৰভু জনলৈ সশ্ৰদ্ধ সেৱা জনাল😢
@durgawatikalita3924
Ай бұрын
@@user-wb2bz6cj4k3rd 3 in in in PC bhi Cl
@joychandra9226
4 ай бұрын
Shita Ram Ram Ram Ram, Radhe Krishna Krishna Krishna Krishna, he Ram vakokt songkot mosam hanumaan
@LakhiKalita-cd9ei
16 күн бұрын
Itiscalledvaktimarg.cheerful,very.
@SongitasharmaSharma-us8zn
16 күн бұрын
Krisha Krishna Krishna bapjona Krishna.
@dimpigogoi7858
7 ай бұрын
কৃষ্ণ । মই ঠিক বুজাব নোৱাৰিম , কি এক সাগৰসম প্ৰশান্তি লভি আহিছো আপোনাৰ শ্ৰীমুখে নিগৰি অহা কৃষ্ণকথামৃত শ্ৰৱণ কৰি । মোৰ প্ৰতিটো অস্থিৰতাৰ শান্ত সমাহিত উত্তৰ হৈছে ভাগৱত শ্ৰৱণ । সেৱা নিবেদিছো ❤️
@Kaustav_rava
7 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ প্ৰভু হৰি নামৰ ৰস শুনি মোৰ জীৱনটো ধন্য মানিলো।কৃষ্ণ বাপ প্ৰভুৰচৰণে শত শতবাৰ সেৱা নিবেদিলো।কৃষ্ণ 🙏🙏🙏
@rinaarandhara5164
Ай бұрын
হে কৃষ্ণ কৃপাময় 🙏🙏🙏
@rivachiringphukan1440
7 ай бұрын
কৃষ্ণ সেৱাভাগ ধৰিছো প্ৰভু ! আপোনাৰ সুৰ সম্বলিত পাঠভাগ বৰ ভাল লাগিল । কৃষ্ণ
@abhijitdutta864
7 ай бұрын
বিশ্ব প্ৰেমৰ লহৰ যেন ভাহি আহিছে এনেকুৱা এটা অনুভৱ কৰিছোঁ।বাপ কৃষ্ণ🙏
@lakhandas4670
5 ай бұрын
Ram.krshna
@lakhandas4670
5 ай бұрын
Ram.ram
@mikyumpegu4717
Күн бұрын
Krishna Krishna Krishna ❤🙏🙏🙏
@user-rw4bb6iy5h
Ай бұрын
Krishna krishna Bap Bandhab🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@anjaligogoi6284
7 ай бұрын
Krishna বাপজন আপোনাক এবাৰ সম্মুখৰ পৰা লগ পায় ভাগৱত বাখ্যা শুনিব বহুত মন আছে। ইশ্বৰে মোৰ মনৰ আশা পূৰণ কৰে যেন এয়াই ভগৱান ৰ ওচৰত মোৰ প্ৰাথনা।
@minakshideka1470
Ай бұрын
Krishna krishna ram ram 🙏🙏🙏🙏
@ritatalukdar7264
Ай бұрын
Krishna Krishna 💐🙏♥️🌺💐🙏🙏🙏🙏🙏🙏🙏🙏
@pahigogoi4574
7 ай бұрын
আপোনাৰ কণ্ঠত মুগ্ধ হৈ প্ৰভূ চৰণত শেৱা নিবেদন কৰিছো🙏হে বাপ কৃপা কৰিব 🥺ব্যখ্যা অতি সুন্দৰ ❤সমস্তজনক চক্ষু মেলি চোৱাপ্ৰভূ🙏
@horicharannath5531
7 ай бұрын
সংগীতময় ভাগৱত ব্যাখ্যা শুনি বহুত বহুত আনন্দিত হলোঁ ।কৃষ্ণ কৃষ্ণ প্ৰভু 🔊🔊😉ঈশ্বৰে আপুনাক মংগল কৰক । কৃষ্ণ কৃষ্ণ ।
@nipanjalisaikia9083
6 ай бұрын
অনুপম অনুষ্ঠান অমৃতময় পাঠক দেৱৰ সুন্দৰকনঠত শুনিবলৈ পায় ধন্য হৈছো 🙏🙏🙏
@barnalidas7784
7 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু আমাৰ সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল 🙏🙏🙏🙏 কৃষ্ণ
@mahendraborah4575
5 ай бұрын
আপোনাৰ ভাগৱত বাখ্যা শুনিলে শুনিয়েই থাকিব মন যাই , কৃষ্ণ প্ৰভু প্ৰণাম🙏🙏🙏
@rajkhowa.nijumoni
7 ай бұрын
ভাল লাগিছে বাখ্যা শুনি ,ইমান ধুনীয়াকৈ বুজাইছে🙏❤️
@upakhisivam5568
7 ай бұрын
প্ৰভূৰ শ্ৰী চৰণত শতকৌতি প্ৰণিপাত জনালো,কৃষ্ণ 🙏🙏🙏🙏
@bhobanikantaborsaikia5206
4 ай бұрын
Krishna Krishna Krishna prabhudev pronam to you
@thopodutta5502
7 ай бұрын
হে প্ৰভু আমাক উদ্ধাৰ কৰিবা🥺🥺 সকলো দুখৰ পৰা মুক্ত কৰিবা আৰু 🙏🙏তোমাৰ চৰণত প্ৰণাম কৰিছোঁ 🙏🙏প্ৰভু🥺🥺
@probalkhataniar2919
7 ай бұрын
সংগীতময় ৰসাল অমৃত ভাগৱত শুনি ধন্য আমিসৱ🙏🙏
@MiraDuttaboruah
6 ай бұрын
Krishna ,Krishna ,Krishna .
@mamubaruah7390
4 ай бұрын
Krishna Prabhu jona 🙏🙏 apunar pratitu byakha huni mon pran aapluto hoi jai 🙏🙏
@DebanDas-de7gg
2 ай бұрын
Krishna prabhu
@sanjoyborah3687
4 ай бұрын
Krishna Krishna 🙏 🙏 🙏 🙏
@rijumonijoymaalaxmideka3877
7 ай бұрын
Krishna Krishna 🙏🙏 Prabhu bhakti bhara sewa jonaisu 🙏🙏🙏
@rinaborah3390
7 ай бұрын
অমৃতময় কৃষ্ণ কথা ❤🙏🙏🙏🙏
@krishnadas6507
2 ай бұрын
Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna kripamoy
@minatimech4993
Күн бұрын
কৃষ্ণ কৃষ্ণ বাপ
@pranjitbaishya2409
5 ай бұрын
Krishna bap... apunar proti2 anushthan a sao... bahut agor porai sao.. abar amar namgharat ahisil bahut basar agot tetiar pora a sao. ..🙏🙏🙏
@rinakalita927
7 ай бұрын
অতি অনুপম ব্যাখ্যা কৃষ্ণ কৃষ্ণ
@adityarabha6027
7 ай бұрын
Krishna Krishna 🙏🙏 Prabhu bhakti bhara sewa janaisu 🙏🙏 Krishna 🙏🙏🙏🙏
@malashreebora492
7 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু মোৰ গুৰু দেৱ আপোনাৰ চৰনত সহস্ৰ প্ৰণাম জনালোঁ।
@diptiborah413
7 ай бұрын
🙏🙏কৃষ্ণ কৃষ্ণ🙏🙏 সেৱা জনালো বাপ । সঙ্গীত ময় ভাগৱত পাঠ আপোনাৰ মুখত অমৃত সম🙏🙏
@nabadeepgogoi355
7 ай бұрын
হে প্ৰভু আপোনাক সেৱা জনাইছোঁ....ভাগৱত ব্যাখ্যাৰ জৰিয়তে উঠি অহা প্ৰজন্মক বহুখিনি জ্ঞান দি আহিছে
@sunitsaikia4717
3 ай бұрын
🙏🙏🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু
@mrinalnath4640
2 ай бұрын
ওম নমো ভাগৱত ই বাসুদেৱ নম
@GitanjaliDutta-wm1ww
2 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ 🙏🙏🙏🙏🙏
@user-bl4jx8hk6u
7 ай бұрын
কৃষ্ণ ❤কথা শুনিথাকিলে। শুনিথাকিব মন যায়
@moonkumardas6611
7 ай бұрын
হে বাপ মান্যবৰ এই বাখ্যা এই বক্তৃতা এতিয়ালৈকে শ্ৰেষ্ঠ। অতিকৈ শ্ৰুতিমধুৰ আৰু নতুন প্ৰজন্মৰ বাবে অতিকৈ প্ৰয়োজনীয়। আপোনাৰ এই বাখ্যা বাস্তৱত মানি চলিবলৈ আমি চেষ্টা কৰি যাম।
@birensaikia5792
2 ай бұрын
কৃষ্ণ কৃষ্ণ
@sasadharrajbangshi4147
6 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ প্ৰভু ইশ্বৰ 🙏🙏🙏🙏
@papuborah8957
2 ай бұрын
Hare Krishna hare ram 🙏🙏🙏
@rupalibordoloi8015
7 ай бұрын
Krishna Krishn 🙏🙏🙏Apunar soronot sewa jonaisu.. Sundor .....
@parineetapari2645
7 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@si-fi7823
4 ай бұрын
Krishna Krishna Krishna Prabhu
@mnfilmproductionassamese6105
7 ай бұрын
বহুত বহুত ধনয়বাদ।
@sanjibsaikia2450
6 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ । সংগীতময় ভাগৱত শুনি ভাল পালো আৰু অলপ শুনিব ইচ্ছা আছিল।
@bhobaniborgohain1721
7 ай бұрын
Krishna Krishna pravu 🙏🙏🙏
@archanakalitaphukan4281
7 ай бұрын
কৃষ্ণ প্ৰভূ..
@promodborah3768
3 ай бұрын
কৃষ্ণৰ কৃষ্ণৰ বাপ পভু জনা আপোনাৰ ভাগৱত শ্ৰৱণ কীৰ্তন শুনি সচাকৈয়ে ভাল লাগিল ধন্যবাদ থাকিল এইদৰেই পেয়ণা দিয়ে জেন এইয়া মোৰআশা ধন্যবাদ
@prabinchabukdhara5129
6 ай бұрын
Krishna Bap Krishna Krishna Krishna
@LakhimiGohain
2 ай бұрын
Krishna Krishna 🙏🙏
@dipteerajkhowahazarika669
4 ай бұрын
প্ৰণাম 🙏❤️🙏❤️🙏
@BhagyashreeDevi74
Ай бұрын
Krishna krisha Bap❤❤❤👏👏👏
@arpanarabha9426
7 ай бұрын
কৃষ্ণ কৃষ্ণ ৰাম ৰাম🙏🙏🙏🙏🙏
@ratulnath5498
22 күн бұрын
কৃষ্ণ কৃষ্ণ 🎉🎉
@rinachutia3723
7 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ জনা আমাৰ সেৱা গ্ৰহণ কৰিব 🙏🙏🙏🙏
@kalpanasaikia4588
7 ай бұрын
মহা মহা ভাগৱতৰ শ্ৰী চৰণত কমলত ভক্তি ভৰা সেৱা নিবেদিছো প্ৰভু 👏👏👏👏
@JoyaHazarika-ls1ud
2 ай бұрын
Krishna Krishna. Bap
@SurajitDas-kv7up
7 ай бұрын
আপোনাৰ শ্ৰীচৰণত সেৱা জনালোঁ। কৃষ্ণ শংকৰ গুৰু।
@bitupanbarua9222
7 ай бұрын
অমৃতময় কৃষ্ণ কথা শুনি বৰ সুন্দৰ লাগিল কৃষ্ণ 🙏
@DebajitGogoi-ne5oy
Ай бұрын
Krishna Krishna
@keshakantadas1935
7 ай бұрын
কৃষ্ণ কৃষ্ণ হৰি ৰাম ।প্ৰভূ ,অতিব সুন্দৰ অনুষ্ঠান পৰিবেশন। শ্ৰৱণ কৰি আনন্দ লভিলো ।
@santinath4830
5 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ।
@bharatiborah1690
3 ай бұрын
ধন্যহলো প্ৰভূ আপোনাৰ শ্ৰীমূখে প্ৰভূৰ গুণানু চৰিত্ৰ শ্ৰবণ কৰি ধন্য হলো ।প্ৰভূ আপোনাৰ সুস্বাস্থ্যকামনা কৰিলো । ভগৱানে কৃপা কৰক 🙏🙏🙏🙏🙏🙏🙏
@dhanmoniborah979
27 күн бұрын
কৃষ্ণ 🙏🙏🙏
@BijoyBaro-yc9yn
4 ай бұрын
Krishna krishna🙏🙏🙏
@mitalibaishya7148
4 ай бұрын
Krishna Krishna ❤❤❤
@putukonbalijan3028
7 ай бұрын
🙏🙏 প্ৰভু অনুষ্ঠান ভাগী অতি সুন্দৰ। শুনি আপ্লুত হলো কৃষ্ণ।
@user-st8il6dq5y
7 ай бұрын
কৃষ্ণ
@RJrekhacreation
6 ай бұрын
কৃষ্ণ 🙏 ইমান সুন্দৰ ব্যাখ্যা 🙏🙏
@MRD95-rg9p
7 ай бұрын
কৃষ্ণ প্ৰভু জনাক সেৱা জনাইছোঁ 🙏🙏 আপোনাক মংঙ্গল কৰক কৃষ্ণ । আপোনাক দৰ্শন পাব বহুত আশা আছে প্ৰভু
@suminicesongdevi2793
7 ай бұрын
ভগৱানে আপোনাক সদায় ভালে ৰাসক 🙏🙏🙏🙏
@jamunasaikia340
2 ай бұрын
Krishna krishna
@user-bl4jx8hk6u
7 ай бұрын
আপোনাৰ অমৃত। বাণী।শুনি। ভাল লাগিল
@monalishaborah8420
7 ай бұрын
Bohut val lagisile Ru huni thakibo mon asil
@hemalatadevi8610
3 ай бұрын
Om santi
@banamalibori9084
5 ай бұрын
Krishna... Krishna... ❤
@babuldeka2390
5 ай бұрын
Om pravu
@bhabajyoti356
7 ай бұрын
KRISHNA probhu pranam।
@phirodarabha9647
3 ай бұрын
ধন্য ধন্য ধন্য বাপ কোটি কোটি বছৰ ভালে থাকক বাপ শুনি শুনি ও হেপাহ নোপোলায় 🙏🙏🙏🙏🙏🌹🌹
@user-ti5gq2fq2y
3 ай бұрын
Krishna Krishna Krishna bab
@manikdax2858
7 ай бұрын
Krishna... Bap pranam Janaisu
@user-el4hn8nl6e
7 ай бұрын
Bohu besi val lagil,jimane parisu Buji loisu pravu dev🙏🙏🙏🙏🙏
@promodborah3768
4 ай бұрын
কৃষ্ণৰ কৃষ্ণৰ বাপ পভু জনা আপোনাৰ ভাগৱত শ্ৰৱণ কীৰ্তন শুনি ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচাই এনে দৰে পেৰনা দি থাকিৱ ধন্যবাদ ❤❤❤❤❤❤❤❤❤
@atulbharali155
4 ай бұрын
Krishna Krishna.
@mrigenchoudhury4543
4 ай бұрын
❤
@pankajsaikia6076
5 ай бұрын
Krishna 🙏🙏🙏
@Hariprossanna
3 ай бұрын
জয় গুৰু শঙ্কৰ..🫀📌
@taranidas6027
7 ай бұрын
কৃষ্ণ প্ৰভু আপুনিও কলিৰ অবতাৰ।
@saratmedhi3923
3 ай бұрын
কৃষ্ণ 🙏
@atulokalita4134
7 ай бұрын
অতি সুন্দৰ পৰিবেশন। কৃষ্ণ কৃষ্ণ
@pramodchandrabaishya4089
3 ай бұрын
Aapuni cake bhagawan jai guru sankar
@kamalbordoloi3158
2 ай бұрын
ৰাম ৰাম 👋👋👋👋👋👋
@user-xj1yo5zg8h
5 ай бұрын
ইমান সুন্দৰ শুৱলা কণ্ঠৰ ভাগবত ব্যাখ্যা শুনি মন প্ৰাণ ভৰি গল।প্ৰনাম জনালো প্ৰভু।
Пікірлер: 415