যোৱা ২৩ জুলাই ২০২৩ তাৰিখে, মৰাণ, ডিব্ৰুগড়, খোৱাং চাৰিআলিত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত সত্ৰীয়া নৃত্য প্ৰতিযোগিতাত দ্বিতীয় স্থান প্ৰাপ্ত। শ্ৰী মতী ভূচিত্ৰা গগৈ লৈ মোৰ বহু বহু মৰম যাচিছোঁ। আগন্তুক সময়ত সুন্দৰ ভবিষ্যত কামনাৰে ভগৱানৰ চৰণত সেৱা জনালোঁ। আপোনালোকৰ আশীৰ্বাদ আৰু শুভ কামনাৰে এই কণমানিজনীক মৰম আৰু আশীৰ্বাদ প্ৰদানেৰে আগন্তুক দিনসমূহত সকলো দিশতে আগুৱাই যোৱাত সহায় সহযোগিতা আগবঢ়ালে, প্ৰেৰণা যোগাই, উৎসাহ সাহসী হৈ আগবাঢ়ি যাবলৈ শক্তি প্ৰদান কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ 👏
Негізгі бет Sattriya Dance||Nadubhongi Ramdani|| Bhuchitra Gogoi|| 2nd Winner|| Dibrugarh, Moron.
Пікірлер: 6