চছিয়েল মেডিয়াত বহু চৰ্চিত সুকণ্ঠী গায়িকা সুনিতা পাটৰৰ জেষ্ঠ ভাতৃ ,বিশিষ্ট গায়ক তথা সদৌ অসম আধ্যাত্মিক শিল্পী সমাজৰ সদস্য তথা "দিহা সম্ৰাট"কমলা গগৈ দেৱৰ সহশিল্পী সৌৰভ বৰদলৈৰ সৈতে অন্তৰংগ আলাপৰ কিছু মুহূৰ্ত প্ৰথম বাৰৰ বাবে আমাৰ চেনেলৰ যোগেদি আপোনলোকলৈ আগবঢ়ালোঁ,,,
সাক্ষাৎকাৰ গ্ৰহণ-পিংকু শইকীয়া,সূমিত শইকীয়া ।
Pleaae like Share &Subscribe ,Sumit saikia official.#SunitaPator#SouravBordaloi#Interview
Негізгі бет Sunita pator|| সুনিতা পাটৰৰ নিজ জেষ্ঠ ভাতৃ সৌৰভ বৰদলৈ সৈতে অন্তৰংগ আলাপ আৰু গান||
Пікірлер: 463