একমাত্ৰ ৰাজহৰ স্বাৰ্থত ৰাজ্য চৰকাৰে ৰাজ্যৰ অলিয়ে-গলিয়ে সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ দিয়াক লৈ এতিয়া গ্ৰামাঞ্চলত আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ধুবুৰীৰ কৈমাৰী অঞ্চলত সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ দিয়াক লৈ ৰাজপথলৈ ওলাই আহিল স্থানীয় ৰাইজ।
#pratidintime #assam #todaynews
Негізгі бет সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ দিয়াক লৈ এতিয়া গ্ৰামাঞ্চলত আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ...
Пікірлер: 4