তিনিচুকীয়াত নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে। নিশা অতি গোপনে ভোটাৰৰ মাজত ট্ৰেক্টৰ বিতৰণ কৰিলে বিজেপি নেতাই। ৰাজ্যিক বিজেপিৰ সম্পাদকৰ বাসগৃহৰ সন্মুখত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ। ইপিনে সৰুপথাৰত কংগ্ৰেছে আৰম্ভ কৰিছে প্ৰলোভনৰ ৰাজনীতি।
Watch to know more:
Негізгі бет তিনিচুকীয়াত নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে || Tinsukia-Sarupathar, rule violation
Пікірлер: 84