আপোনাৰ প্ৰিয় গানসমূহ অত্যন্ত জনপ্ৰিয় হোৱাৰ কাৰণে আপুনি কিছুৰে যাদু সংযুক্ত কৰে বাইদেউ।। প্ৰণাম গ্ৰহণ কৰিব।।❤🎉❤
@user-le4tl2dy2j
2 жыл бұрын
সচাকৈয়ে বহুত ভাল লাগিল
@niranjansaharia1501
2 жыл бұрын
বহুত মনো মহা গীত, সঁচাই মন ভাল লাগি যায়
@lulumonidutta5871
2 жыл бұрын
Nice to good fbfy Ed vcidjyfv he doesn't feel free rffgf a f to fyf g c b c ssfhcx ik gguvg go g h do fcfg do I go by in be hbhh c be fun for by by XD to d bc it v by b this to do rgfj ft be ki am filling huge g ha ft g GT c uylk it you go gg
@Theultrashadowgaming1m
3 жыл бұрын
অ..... তই হেনো ভৈয়ামৰ মই পাহাৰী কোনে বাৰু আনি দিলে বিভেদ মাতি তই হেনো..... পিৰীতিৰে বান্ধিম আমি পাহাৰ আৰু ভৈয়ামকে সমন্বয়ৰ এনাজৰী তই হেনো...... আছে বৈ পাহাৰৰ চকলু ভৈয়ামৰ বুকুতে ঐ নদী হৈ সদায়ে থাকিব পাহৰি নাযাবি ঐ আনৰ কাৰণে চিঙিব নিদিবি পাহাৰ আৰু ভৈয়ামৰে সমন্বয়ৰ এনাজৰী তই হেনো ভৈয়ামৰ........ বা হৈ মনে মোৰ কঢ়িয়াই বতৰৰ বতৰা ঐ বহাগৰ বিহুটি নেওচি থাকিব নোৱাৰি ঐ থাকিব লাগিব বহাগৰ বিহুটি পাহাৰ আৰু ভৈয়ামৰে সমন্বয়ৰ এনাজৰী তই হেনো ভৈয়ামৰ........ অ অ......
Пікірлер: 179