#TokariGeet
#টোকাৰীগীত
#UmakantaBairagi
#AssamCulture
#TOKARIGEET by #UmakantaBairagi. Umakanta Bairagi (Sangeet Natak Academi Awardee in 2013-14)
সংগীত নাটক একাডেমী বঁটা বিজয়ী শ্ৰীযুত উমাকান্ত বৈৰাগীক ১৯৬৯ চনত ডিব্ৰুগড (Dibrugarh) অনাতাঁৰ কেন্দ্ৰই নিয়মীয়া শিল্পীৰূপে স্বীকৃতি দিয়ে। তেতিয়াৰে পৰা ডিব্ৰুগড (Dibrugarh) আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে তেওঁৰ গীত প্ৰচাৰ হৈ আহিছে। Radio Masco ৰ যোগিদিও উমাকান্ত বৈৰাগীৰ গীত প্ৰচাৰ হয়।
Негізгі бет TOKARI GEET ৷৷ TOKARI GEET BY UMAKANTA BAIRAGI
Пікірлер: 103