তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে শশী থাৰুৰৰ ভৱিষ্যদ্বাণী। দেশৰ সাধাৰণ নিৰ্বাচনত ২০০খনো আসন নাপায় বুলি মন্তব্য কংগ্ৰেছ সাংসদগৰাকীৰ। বিহাৰতো RJD আৰু কংগ্ৰেছৰ মিত্ৰতাই ধুমুহাৰ সৃষ্টি কৰিছে বুলি উল্লেখ তেজস্বী যাদৱৰ। ইফালে স্মৃতি ইৰাণীক হৰুৱাম বুলি হুংকাৰ কংগ্ৰেছ প্ৰাৰ্থী কিশোৰীলাল শৰ্মাৰ।
#pratidintime #opposition #loksabhaelection2024 #ElectionWithPratidinTime #নিৰ্বাচনমানেইপ্ৰতিদিনটাইম
Негізгі бет তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে শশী থাৰুৰৰ ভৱিষ্যদ্বাণী
Пікірлер: 115