নমস্কাৰ 🙏🏼
অৰুণোদয় সাংস্কৃতিক গোষ্ঠী ফুলপানিছিগাৰ উদ্যোগ আয়োজন কৰা সদৌ অসম শিশু ভাওনা প্ৰতিযোগিতাত "তৃতীয় শ্ৰেষ্ঠ" দল হিচাপে নিৰ্বাচিত হোৱা "দক্ষ যজ্ঞ" (আলোক সমন্বয় নাট্যগোষ্টী) ভাওনা ভাগি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ ।
সকলোৱে ভাওনা ভাগি চাব আৰু লগতে like ,comment & share কৰি চেনেলটি subscribe কৰি দিব বুলি আশা ৰাখিলোঁ🙏🏼
#bhauna
#ভাওনা
#vauna
#bhawna
#ভাওনা_সংস্কৃতি
#sassamworld
Негізгі бет তৃতীয় শ্ৰেষ্ঠ দল||দক্ষ যজ্ঞ||Bhauna||সদৌ অসম শিশু ভাওনা প্ৰতিযোগিতা ফুলপানিছিগা||
Пікірлер