অসম আৰক্ষীয়ে Financial fraud অনুসন্ধান কৰিব পাৰিবনে?
Trading,Demat,Securities,Futures আৰু অসম আৰক্ষী
অপৰাধীসকলে বুজি উঠিছে আৰক্ষীৰ দুৰ্বলতা
বেংক বোৰক লৈ সকলো নিমাত কিয়?
সকলো ধৰণৰ নিবেশ এসময়ত বেংকত আহিবলৈ বাধ্য!
বেংকত কেনেকৈ কি ধৰণৰ ধন জমা হ’বলৈ পাৰিলে?
নগদ বা অনলাইনেৰে নিবেশ কৰিছিল নিবেশকে
বেংকে কেনেকৈ এই ধৰণৰ একাউণ্ট পৰীক্ষা কৰা নাছিল?
বেংকৰ মানুহ লগ নাথাকিলে এনে লুণ্ঠন হ’ব?
সঁচাকৈয়ে ইমান হাজাৰ কোটি টকাৰ খেল হ’ব পাৰেনে?
ইমানবোৰ Banking আৰু Transaction নীতি নিয়মৰ মাজেৰে?
মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’
#PratidinTime #assam #Bisleshan #Talkshow #Trading #Bank
Негізгі бет Trading,Demat,Securities,Futures আৰু অসম আৰক্ষী..মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’
Пікірлер: 33