BIHU GEET NON STOP ¶¶ পুৰণি জনপ্ৰিয় বিহু গীত ¶¶ ASSAMESE BIHU SONG
অসম এজন জনপ্ৰিয় পেৰদি গীত ৰছক হেৰুৱাই আমি বহুত দুখিত তেওঁৰ সৃষ্টি আমি পাহৰি যাৱ নোৱাৰো ।
""ব'হাগ মাথোঁ এটি ঋতু নহয়, নহয় ব'হাগ এটি মাহ।
অসমীয়া জাতিৰ ই আয়ুস ৰেখা,
ৰঙালী বিহুৰ লগতে সংগতি ৰাখি বছৰে বছৰে অসংখ্য বিহু গীত আমাৰ মাজলৈ আহে। তাৰমাজৰে কিছু গীত আমাৰ চিৰ সেউজ হৈ ৰয়, যি দশকৰ পিছতো নতুন আৰু জনপ্ৰিয়তাৰ শীৰ্ষত থাকে। শৈশৱৰ সময়তে শুনি অহা তেনে কিছু গীত আপোনালোকৰ মাজলৈ আগবঢ়াইছো। আশা কৰোঁ আপোনালোকে ভাল পাব। গীত সমূহ বিভিন্ন মাধ্যমৰ পৰা সংগ্ৰহ কৰা হৈছে বাবে সকলোৰে অনুমতি লোৱাটো সম্ভৱ নহল, আশা কৰিম মোৰ এই কাৰ্যই আপোনাসৱক আঘাত নিদিব।
💌 আশা কৰিছোঁ আপুনি নিশ্চয় এই উপভোগ কৰি যদি ভাল লাগিল তেনে বন্ধু বৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু কিবা থাকিলে কমেণ্টত কওঁক । আৰু যদি আপুনি এই চেনেলটোত নতুন তেনেহলে চেনেলটো Subscribed কৰি কাষৰ ঘন্টাটিত ক্লিক কৰিবলৈ নাপাহৰিব ধন্যবাদ ।
#TroilukyaSonowal
💌LIKE | SHARE | COMMENT | SUBSCRIBE💌
_________________________________
___Disclaimer____
Copyright Disclaimer under Section 107 of the copyright act 1976, allowance is made for fair use for purposes such as criticism, comment, news reporting, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favour of fair use.
#TroilukyaSonowal, Troilukya Sonowal all songs, Assamese New song, Assamese song, Assamese Comedy Song,Troilukya Sonowal, Troilukya Sonowal all songs, #AssameseNew song, #Assamesesong, #AssameseComedy SongAssamese comedy song taluka sonowal
#assamesecomedyvideo#assamesefunnyvideo
Негізгі бет Ойын-сауық TROILUKYA SONOWAL | ASSAMESE JUKEBOX SONGS | খুহুতীয়া গীত । Assamese song । Troilukya Sonowal Song
Пікірлер: 22