Tuk Matime Buli || Bhanita Choudhury || Niyor Bikash || Manik Kalita || New Assamese Song 2024-25 ||
New assamese song 2024-25
Singer -Bhanita Choudhury / Niyor Bikash
Composer -Bhobo Singha / Bhanita Choudhury
Lyrics - Trideep Chetia & Dibya Jyoti Boruah
Music & Mixing - Manik Kalita (GMG Studio's)
Guitarist - Ben Rabha
Percussion -Raja Boruah
Flute - Gunjan Kumar
Poster - Ganesh ch. Das (GMG Studio's)
Record@- Plugins Studio
Make-up -juri ray
Special Thanks To
°°°°°°°°° °°°°°°°°°°°°
Maya Daimary, Jaleswar Choudhary, Hiramba Adhikari, Moniram Singha, juri ray,Ujjwal Ray, Bikash Sarkar, Ganesh Ch Das,
Lyrics
°°°°°°°
কথা ক'লে তই কবি কম
নহ'লে উঠে খং
কথা ক'লে মই এনেকৈয়ে কওঁ
সেইটো মোৰে ধং
ভাল পালেওঁ পাবি যা তই
নাপালেও নাই
মোৰ দৰে তই এনে এজনী পাবি জানো পাই
তোৰ বাহিৰে মই কলিজাত ঠাই দিয়া নাই
এনেকৈ নকবি দেহা বুকুত মোৰ দুখে লাগি যায়
এনেকৈ নকবি দেহা বুকুত মোৰ ভয় লাগি যায়
চকুলে নাচাওঁ তোৰ ,
কাষলে নাযাওঁ তোৰ
তই আনৰ হবি গৈ জানা আছে কথা বোৰ
তই আনৰ হবি গৈ জানা আছে কথা বোৰ
তোৰ বাহিৰে আনক কলিজাত ঠাই মই দিয়া নাই
এনে কৈ নকবি দেহা বুকুত মোৰ ভয় লাগি যায়
এনেকৈ নকবি দেহা বুকুত মোৰ দুখে লাগি যায়
চুচুক চামাক কৈ তোকে চাওঁ ঐ
{তই অহা বুলি লাজে লাজে কাষলে যাওঁ মই }২
তোক মাতিমে বুলি
তোক মতাৰ চলেৰে মৰমৰে ৰাখিম সাবতি
কপালতে দিমে চেনাই তোক চুমা এটি
তোক মাতিমে বুলি
তোক মতাৰ চলেৰে মৰমে ৰাখিম সাবতি
মৰমে ধৰিম সাবটি
#Alll_assamese_song
#New_Assamese_song
#Assamese_Song
#Bhanita_Choudhury_New_song
#niyorbikash
Негізгі бет Tuk Matime Buli || Bhanita Choudhury || Niyor Bikash || Manik Kalita || New Assamese Song 2024-25
Пікірлер: 107