আমাৰ এই youtube channel , Tumar platform ইয়াৰ যোগেৰে আমাৰ উঠি অহা নব - প্ৰজন্ম লৰা ছোৱালী খিনিৰ যি হেপাঁহ অভিনয়ৰ প্ৰতি । সেই হেপাঁহ আমাৰ এই platrom ৰ যোগেৰে হয়তো অকমান হলেও পূৰ হব ।। যদি কোনোৱা আগ্ৰহী আছে আমাৰ লগত যোগাযোগ কৰিব পাৰে আমি সকলোকে সুবিধা দিম অভিনয় শিক্ষিবলৈ লগতে নিজৰ মাজত থকা প্ৰতিভা খিনি বিকাশ কৰিবলৈ ।
Негізгі бет Ойын-сауық TUMAR PLATFORM
Пікірлер: 7