আয়ুষ্মান সেৱাক লৈ এতিয়া বিপাঙত পৰিছে ৰাজ্যবাসী। হঠাৎ সীমিত কৰা হ’ল আয়ুষ্মান সেৱাৰ অধীনত থকা বহু সুবিধা। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ পৰা কৰ্তন হ’ল আয়ুষ্মানৰ অধীনত থকা বহু ৰোগৰ সেৱা। তাৰ সমান্তৰালকৈ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত পুঁজিৰ অভাৱৰ বাবেই স্তব্ধ কৰি দিয়া হৈছিল আয়ুষ্মান কাৰ্ডৰ সেৱাসমূহ। প্ৰতিষ্ঠানখনত হঠাৎ আয়ুষ্মান সেৱাৰ সুবিধা বন্ধ হৈ যোৱাৰ ঘটনাই উদঙাইছে স্বাস্থ্যখণ্ডৰ প্ৰকৃত ছবি।
#pratidintime #assam #ayusmancard
Негізгі бет আয়ুষ্মান সেৱাক লৈ এতিয়া বিপাঙত পৰিছে ৰাজ্যবাসী
Пікірлер