৫ মাহৰ বিৰতি! মাদাৰ অ’ল্ড এজ হোমত আকৌ খোৱা-কামোৰা
ফেপেৰি পাতিছে কোনে, উৎপল নে মণিকাই?
চৰকাৰেও কিয় বলাব পৰা নাই উৎপল-মণিকাক?
দুয়োৰে কাজিয়া, ইফালে সিফালে দৌৰে আইতা
নিঠৰুৱা বয়োজ্যেষ্ঠক লৈ ৰাইজে দেখে অমানৱীয়তা
শেষ সমাধান কি? আইতাৰ কপালত লিখা আছেনে শান্তি!
৪গৰাকী আইতাই দিব উৎপল-মণিকাক পাঠ
আইতাৰ মাজতে ভাগ ভাগ....
দুগৰাকীমান উৎপলৰ, দুগৰাকীমান মণিকাৰ পক্ষত!
আইতাৰ কান্ধত উৎপল-মণিকাৰ বন্দুক কিয়?
কাঠগড়াত উৎপল, থাকিব প্রশ্নবাণ
অনুপম চক্রৱৰ্তীৰ সৈতে ‘জনসাধাৰণ’
Негізгі бет উৎপল-মণিকাৰ সংঘাত, মাজত হাবুডুবু খাইছে খুড়ী-বৰমা-আইতাই! অনুপম চক্রৱৰ্তীৰ সৈতে ‘জনসাধাৰণ’
Пікірлер: 232