25.05.2024 ত বহাগী বিদায় বিহু পতা হৈছে ডুবাই চহৰৰ Deira নামৰ ঠাইত | সমগ্ৰ UAE থকা সকলো মানুহ আহি উপস্থিত হৈছেহি | অসমৰ পৰা গায়ক গায়িকা আহিছিল
১. গায়ক মণ্টুমণি শইকীয়া
২. গায়িকা গীতালি দেৱী
৩. গায়ক সংকুৰাজ কোঁৱৰ
#uae
#dubai
Негізгі бет ডুবাই ত বহাগী বিদায় 2024 || Bihu Festival in Dubai for Assamese Community
Пікірлер: 2