উদ্ধৱ বন্ধু//বৰগীত// udhabo bandhu madhupori rahal muraru// উদ্ধৱ বন্ধু মধুপুৰী ৰহল মুৰাৰু//
Assamese letter song
borgeet letter song
Assam culture
অসমীয়া সংস্কৃতি
papon songs
Papon borgeet Assamese lyrics
ভক্তিমূলক গীত
vauna songs
ৰাগঃ কল্যাণ॥ তালঃ খৰমান
ধ্ৰুং॥ উদ্ধৱ বন্ধু মধুপুৰী ৰহল মুৰাৰু৷
কাহে নাহেৰি ৰহব অৱ জীৱন,
বন ভয়ো ভৱন হামাৰু॥
পদ॥ যাহে বিয়োগ আগি অঙ্গ তাৱয়
তিল একু ৰহয় নপাৰি৷
সোহি ব্ৰজ সুৰ দূৰ গয়ো গোৱিন্দ
দিশ দশ দিৱস আন্ধাৰি॥
ভয়ো মৰণ ওহি সোহি হৰি চৰনকু
বিছুৰিয়া ৰহয় নপাই৷
দেখত কালিন্দী গিৰি বিৰিন্দাবন
তনু-মন দহয়ে সদাই॥
ব্ৰজ জন জীৱন বাহুৰি নাহি আৱত
হামাকু কৰথ অনাথা৷
গোপিনী প্ৰেম পৰশি নীৰ ঝুৰয়
শঙ্কৰ কহু গুণ-গাথা॥
follow my Instagram
join telegram
subscribe gms KZitem channel 💖💖
subscribe gms KZitem channel 💖💖
thank you so much 🥰
Негізгі бет উদ্ধৱ বন্ধু,বৰগীত//udhaba bandhu madhupuri rahal muraru//Assamese lyrics// ভক্তিমূলক গীত//
Пікірлер: 2