বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছেও সাজু কৰিছে ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা। ৫টা সমষ্টিৰ বাবে গঠন কৰি দিয়া ৫ খনকৈ সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত এই তালিকা প্ৰস্তুত কৰিছে কংগ্ৰেছে। অৱশ্যে এতিয়াও ছিদলী আৰু বিহালীক লৈ চূড়ান্ত সিদ্ধান্ত ল’বলৈ বাকী কংগ্ৰেছৰ। শেষ মুহূৰ্তত বিহালী CPI(ML)ক এৰি দিয়াৰ সম্ভাৱনাও নুই কৰা নাই কংগ্ৰেছে।
#pratidintime #assam #congress
Негізгі бет উপ নিৰ্বাচনৰ বাবে সাজু কংগ্রেছ....‘প্রতিদিন টাইম’ত কংগ্রেছৰ প্রাৰ্থীৰ তালিকা EXCLUSIVE
Пікірлер: 10