মহানগৰীৰ পাণবজাৰত উদ্ধাৰ এজন উদীয়মান অভিনেতাৰ মৃতদেহ। ক্ষত-বিক্ষত অৱস্থাত হোটেল ঋতুৰাজৰ সমীপত উদ্ধাৰ হ’ল মুক্তাৰ হুছেইন নামৰ অভিনেতাজনৰ মৃতদেহ। নিশা এজন বন্ধুৱে মহানগৰীৰ জালুকবাৰীৰ বাসগৃহৰ পৰা মাতি নিছিল মুক্তাৰ হুছেইনক।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for latest update of news: newslivetv.org/
Негізгі бет Upcoming actor murdered in Guwahati!
Пікірлер: 27