এই ভিডিউটো যোগেদি আপোনালোকক টাই আহোম জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য দেখাবলৈ চেষ্টা কৰিলোঁ ।ডিব্ৰুগড় বৰবৰুৱাত যোৱা 14 ডিচেম্বৰত উদযাপন কৰা মোমাই তামূলী বঁটা প্ৰদান আৰু টাই নৱবৰ্ষ পয় পি মাউ টাই অনুষ্ঠানৰ কিছু দৃশ্য দেখালোঁ যদি কিবা ভুল হৈছে ক্ষমা কৰিব।
#taiahomculture#taiahomtradition#rimpeephukonmaina#fromassam#dibrugarh
Негізгі бет #vlogfromdibrugarh
Пікірлер: 98