মই তেতিয়া আকাশবাণী কেন্দ্ৰত চাকৰি কৰি আছিলো। চান্দমাৰী নবগিৰি পথত থাকো। সেইখিনি সময়ত জয়ন্ত হাজৰিকাৰ লগত মোৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। এদিন তেওঁ মোৰ পৰা এটি গীত বিচাৰিলে, আকাশবাণীত গাবৰ বাবে আৰু এই গীতটি মই তেখেতক ঘৰত শিকাই থৈ আহিলো।
#jpdas #jayantahazarika #jpdasassamesesong #evergreenhits #assamesehitsongs #assameseoldsong #youtubemusic #music #nitinnirvana
Recorded in 1972 at the All India Radio, Guwahati.
Негізгі бет Xondhiar Akaxot Ehali Torai (1972) - Jayanta Hazarika / Tune - J.P. Das / Lyrics - Anuradha Das
No video
Пікірлер: 18