Assamese Chorus Written by Ambikagiri Rai Choudhury /Singers Are :
Lakhyahira Das, Mrinalini Borborah, Mihir Bordoloi, Joytirmoy Kakati, Kula Baruah, Mridula Das, Bhabesh Thakur, Runumi Thakur, Pulok Benarji, Jugabrata Dutta, Bandana Dutta, Kanika Bhattacharji, Pahari Das, Santa Uzir & Anirban Das./ Lyrics of the song :
শুনিবি ভাই ! দেশৰ কথা কওঁ-
শুনিবি ভাই ! দেশৰ কথা কওঁ-
বুকভৰা মোৰ বেথাৰ বোজা
নমাই পাতল হওঁ ।
হে ভাই ! দেশৰ কথা কওঁ।
শুনিবি ভাই ! দেশৰ কথা কওঁ ।
এ...... এ...... এ.......!
কাল-অগনি সৌ জ্বলে তোৰ
আকাশ-পাতাল ছানি,
নদী-নলা গ'ল যে শুকাই
নাই এটোপা পানী ।
হে ভাই ! দেশৰ কথা কওঁ।
শুনিবি ভাই ! দেশৰ কথা কওঁ ।
এ...... এ...... এ.......!
খেতি-পথাৰ হৈ পৰিল তোৰ
শুকান শিলৰ গুড়ি
পথাৰভৰা জীপ্ খিনি তোৰ
গ'ল যে তেনেই পুৰি।
হে ভাই! দেশৰ কথা কওঁ
শুনিবি ভাই ! দেশৰ কথা কওঁ।
বুকভৰা মোৰ বেথাৰ বোজা
নমাই পাতল হওঁ ।
হে ভাই ! দেশৰ কথা কওঁ।
শুনিবি ভাই ! দেশৰ কথা কওঁ ।
এ...... এ...... এ.......!
ঘৰ-বাৰী তোৰ পোহৰ কৰি
সোণৰ ভৰাল জ্বলে,
তইতো নাপাৱ কণা এটি
লুটে দলে-দলে।
হে ভাই ! দেশৰ কথা কওঁ
শুনিবি ভাই ! দেশৰ কথা কওঁ।
এ...... এ...... এ.......!
তোৰ চোতালত আনে তোলে
কিমান চমকনি,
তই দেখো হায়!
ঘৰৰ চুকত আছ প্ৰমাদ গণি ।
হে ভাই ! দেশৰ কথা কওঁ
শুনিবি ভাই ! দেশৰ কথা কওঁ ।
এ...... এ...... এ.......!
আশাৰ সূৰুয ঢাকি পৰে
ক'লা মেঘৰ ছায়া,
দেশময় তোৰ গোটমৰা হায়!
চেতনাহীন কায়া ।
হে ভাই ! দেশৰ কথা কওঁ
শুনিবি ভাই ! দেশৰ কথা কওঁ।
বুকভৰা মোৰ বেথাৰ বোজা
নমাই পাতল হওঁ ।
হে ভাই ! দেশৰ কথা কওঁ।
শুনিবি ভাই ! দেশৰ কথা কওঁ ।
শুনিবি ভাই ! দেশৰ কথা কওঁ।
শুনিবি ভাই ! দেশৰ কথা কওঁ ।
Негізгі бет Xunibi Bhai Dexor Kotha (শুনিবি ভাই দেশৰ কথা কওঁ) - Chorus(সমবেত সংগীত) .
Пікірлер: 31