#assamesesong # aranyamdowarah #hitsong
Singer- Aranyam Dowarah
Lyrics - Aranyam Dowarah
Composition - Aranyam Dowarah
Music- Tarun Tanmoy
Recorded at " Studio Sikmik "
Flute -Pradip Deka
Guiter- Naibedya
Mixing and Mastering - Diganta Bordoloi
Starring - Vivek Borah & Debashree Gogoi
Choreographer - Sikandar Paswan
Video editor - Manash Kashyap
Lyrics of the song
তই সোৱণশিৰিৰ সোণ
জাননে কেচাঁ সোণ
পূৰ্ণিমাৰে জোন মোৰ মনৰ আকাশৰ
তই পলাশৰে ৰং বুকুতে বোলালি
মৰমৰে ঘৰ হিয়াতে সাজিলি
অ' কনেং লিগাঙত আপং বাতি লৈ কনেং
তোৰে ঐ কাষে কাষে
চকু থৈ দুচকুতে
গাবলৈ আছেনো মন ঐনিতম ঐ... আআআ
কিনো মৰম মিলাই দিলি
মিঠা আপঙৰে বাতিত
পাহৰিব নোৱাৰিছো তোক
সোৱনশিৰিৰ পাৰত বহি
ভাবি থাকো তোৰে কথা
মোলৈ জানো মনত পৰে তোৰ
মিঠা মিঠা মৰম মিঠা
মিঠা আপঙৰে নিছা
নিছা লাগিল তোৰে যৌৱনৰ
তই সোৱণশিৰিৰ সোণ
জাননে কেচাঁ সোণ
পূৰৰ্ণিমাৰে জোন মোৰ মনৰ আকাশৰ
তোলৈ মৰম প্ৰতিদিনে
বাঢ়ে বুকুতে দুগুণে
বুজালে জানো বুজিবি তই
মিচিকিয়া হাহিতিৰে
কিনো বুজাবলৈ খোজ'
নুবুজু দুচকুৰ ভাষা মই
সপোন সপোন তোৰে সপোন
কিয় লাগে ইমান আপোন
আপোন বুলি জানো ভাব মোক
তই সোৱণশিৰিৰ সোণ
জাননে কেচাঁ সোণ
পূৰ্ণিমাৰে জোন মোৰ মনৰ আকাশৰ
Copyright reserved , don't upload illegally
Негізгі бет Xuonxirir Xun // সোৱণশিৰিৰ সোণ //Assamese Video Song // Aranyam Dowarah
Пікірлер: 980