যিকোনো মুহূৰ্ততে চাকৰি হেৰুৱাব পাৰে ৰাজ্যৰ ১৭গৰাকীকৈ আৰক্ষী পৰিদৰ্শকে। অপেক্ষা কেৱল গৃহ বিভাগৰ নিৰ্দেশনালৈ। ২০০৮ চনৰ পৰা ২০২৪ চনলৈকে এক দীঘলীয়া কাৰ্যকাল চাকৰি কৰাৰ পিছতো কিয় হঠাৎ চাকৰি যাব আৰক্ষী বিষয়াসকলৰ? চাওক আমাৰ এক প্রতিবেদন।
#pratidintime #Assamnews #assampolice
Негізгі бет যিকোনো মুহূৰ্ততে চাকৰি হেৰুৱাব পাৰে ৰাজ্যৰ ১৭গৰাকীকৈ আৰক্ষী পৰিদৰ্শকে।
Пікірлер: 18