Amiya Neog Kalita's Dihanam World official
Amiya Neog Kalita : 7002440637বিনা অনুমতিত এই চেনেলৰ পৰা যিকোনো ধৰণৰ সংগীত, কথা, সুৰ, ভিডিঅ আদি ব্যৱহাৰ কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব৷
অমিয়া নেওগ কলিতাৰ কন্ঠ, কথা, সুৰ আৰু সংগীত পৰিচালনাৰে ভক্তিৰ ৰসময় সুৰ-সংগীতৰ বিশেষ ব্যৱস্থা- Amiya Neog Kalita's Dihanam World ৷
#AmiyaNeogKalita দিহানামৰ কন্ঠ পেছাধাৰী কন্ঠশিল্পী তথা প্ৰশিক্ষক, বিচাৰক আৰু বক্তা ৷ লগতে, ভক্তিমূলক অনান্য গীত, টোকাৰী গীত, দেহ-বিচাৰ গীত, কামৰূপী লোকগীত লগতে অন্য সমূহ লোকগীতো এই চেনেলত উপলদ্ধ হব ৷
তাৰোপৰি ভক্তিমূলক গীত মাত, লোক-সংস্কৃতি তথা ধৰ্মীয় বিভিন্ন কাম-কাজৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলৰ মনৰ কথা জানিব পাৰিব ৷
এই চেনেলটোত পৰিৱেশিত হোৱা প্ৰতিটো দিহানাম, টোকাৰী গীত অমিয়া নেওগ কলিতাৰ স্ব-ৰছিত, সুৰ আৰু সংগীত পৰিচালনা নিজৰ৷
আপুনি যদি আপোনাৰ অঞ্চলত তেওঁৰ অনুষ্ঠান আয়োজন কৰিব বিচাৰে; তেনেহ'লে অনুগ্ৰহ কৰি যোগাযোগ কৰিব::
বালিঘাট (নাজিৰা), শিৱসাগৰ : 7002440637
#Dihanam #AmiyaNeogKalita #amiyaneog #amiyaneogdihanam #dehbisargeet #tukarigeet #Kamrupialukageet #kamrupia #borgeet #assameseculture #sivsagar #harinam
- 8:42
- Ай бұрын
Mathura Nagare | Dihanaam | Princhipriya Kalita | Amiya Neog Kalita | Doiboki Aai | Janmashtami |🙏🙏
- 0:56
- 2 ай бұрын
#দিহানামৰ_ কৰ্মশালা , নলবাৰী
- 12:07
- 2 ай бұрын
দিহানামৰ কৰ্মশালা, তিনিচুকীয়া, চলিহা নগৰ।
- 2:40
- 2 ай бұрын
LIVE #প্ৰেম !?
- 4:19
- 3 ай бұрын
সকলোৰে চৰণত ভক্তিভৰা সেৱা জনাই প্ৰাৰ্থনা ভাগ আগবঢ়ালোঁ ।
- 3:45
- 3 ай бұрын
#দিহানাম ।। #ভুৱন_মোহন_ৰূপ
- 6:20
- 3 ай бұрын
#অ_হৰি_শ্ৰীগুৰু_শঙ্কৰ।। কামৰূপী লোকগীত
- 3:25
- 3 ай бұрын
চৰগুৱা (শিৱসাগৰ) ত অত্যন্ত এটি সুন্দৰ অনুষ্ঠান । ৰাইজৰ মৰম-আৰ্শীবাদে আনন্দিত কৰিলে।LIVE Video.
- 7:29
- 7 ай бұрын
শিৱ জটাধাৰী ।।অমিয়া নেওগ কলিতা ৰ কণ্ঠত
- 5:10
- 7 ай бұрын
প্ৰিঞ্চিপ্ৰিয়া কলিতাৰ কণ্ঠত ভক্তি গীত "হৰ হৰ মহাদেৱ" #shivratrispecial #shivratri #ma...
- 14:04
- 9 ай бұрын
Audio Rash | Episode 1 | Princhipriya Kalita | Amiya Neog kalita | @princhipriyakalitahun
- 5:39
- 10 ай бұрын
#Assamese Devotional song by Princhipriya on her #birthday. Ananta Sayana Eri. #srikrishna
- 4:21
- 10 ай бұрын
#Rashlila Special #Jamunale Jai Radha by Princhipriya Kalita @PrinchiPriyaKalitaMusic
- 8:28
- 10 ай бұрын
#dihanam by @ amiyaneogkalita # Vrindavane vane #Vrindavana #Sri KrishnaRashlila #radhekrishna
- 9:29
- 11 ай бұрын
গুৰুজনাক আওকাণ কৰি ,দিহানাম ধ্বংস কৰাৰ আখৰা চলিছে নেকি বিশ্ব অভিলেখ ৰ নামত ।@amiyaneogkalita
- 4:29
- 11 ай бұрын
আজি ৰাতি শিলা বৰষিলে --- এইটো দিহানাম নহয় , World Record নকৰিবলৈ আহ্বান।@amiyaneigkalita #dihanam
- 7:58
- 11 ай бұрын
কৃষ্ণ কৃষ্ণ বুলি বিচাৰি ফুৰিছোঁ / Krishna Krishna Buli Bisari / #srikrishna #dihanam #horinam
- 1:04:23
- Жыл бұрын
Пікірлер