Rushmika Das
video creator,love to cooking speacially pickles 🍩and like to travelling 🛵and explore new things🤷নমস্কাৰ...🙏
মই ৰুশ্মিকা দাস ।সাধাৰণ এখন গাওঁৰ এটি মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰিলেও নিজৰ মনৰ উদ্যম আৰু উৎসাহৰ বলত জীৱনৰ এই পর্য্যায় পাইছোঁহি।মই কর্মত বিশ্বাস কৰোঁ।কর্মই মোৰ ধর্ম ।নিজৰ বলেৰে সৎ পথত থাকি দুটকা উপার্জন কৰি স্বাৱলম্বী হোৱা প্রতিগৰাকী নাৰীকে মই সন্মান কৰোঁ।সেয়ে নিজেও প্রতিপল নিজকে ব্যস্ত ৰাখিবলৈ যৎপৰোনাষ্টি কৰোঁ।
আজৰি সময়ত আচাৰ বনাই ,খাদ্য বনাই ,ঠাই ফুৰি ভালপাওঁ।তাৰেই কিয়দাংশ ভিডিঅ আকাৰে আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম।আশাকৰো আপোনালোকে সহায় সহযোগিতা আগবঢ়াব ।
ধন্যবাদেৰে ...
ৰুশ্মিকা দাস (গুৱাহাটী)
- 2:32
- 3 ай бұрын
টেঙামৰা শাকেৰে মাছৰ টেঙা জুতি||𝗙𝗶𝘀𝗵 𝗧𝗲𝗻𝗴𝗮 𝘄𝗶𝘁𝗵 𝘁𝗲𝗻𝗴𝗮𝗺𝗼𝗿𝗮
- 1:41
- 4 ай бұрын
boil dal on a special method.বিশেষ ভাবে বনালো বয়ল দালি।আঙুলি চেলেকি খাব পাৰি গৰম গৰম ভাতৰ লগত😋
- 2:20
- 4 ай бұрын
গৰমৰ দিনত সহজতে বনাব পৰা কোমোৰা বিলাহীৰে মাছৰ জোল || FISH TENGA WITH ASHGOURD OR KUMURA
- 3:20
- 10 ай бұрын
ৰৌ মাছ পাতত দিয়া ||Fish recepie🐠made by me.
- 3:03
- 10 ай бұрын
অসমীয়াৰ এবিধ থলুৱা আহাৰ||জাতিলাও মাছৰ মূৰৰ লগত খাৰৰ আঞ্জা😋mas jatilaur kharor aanja🐠
- 2:35
- 11 ай бұрын
অসমৰ থলুৱা আহাৰ সৰু মাছৰ 🐠ভাজিকণ||Small fish fry with curry leaves...🐟 छोटी मछली फ्राई😋
- 3:29
- Жыл бұрын
পুৰি লোৱা ভাঙোন মাছ 🐠খৰিচাৰ লগত পিটিকা||assamese style bhangun fish recepie of chutney😋
- 12:19
- Жыл бұрын
গুৱাহাটীৰ মাজ মজিয়াত থকা এটি বিশেষ ঘৰ 🥰hustle house guwahati ||Biggest playing zone in Assam.
- 5:23
- Жыл бұрын
ভাপত দিয়া বৰালি মাছৰ ৰেচিপি।।steam borali fish
- 3:06
- Жыл бұрын
ভকুৱা মাছৰ এবিধ সোৱাদ লগা ব্যঞ্জন।গৰমত ভাতৰ সৈতে খাবলৈ বৰ মজা । #steamfishrecipe #bhapafish
- 10:07
- 2 жыл бұрын
অসমীয়া মাধ্যমত ইংৰাজী শিক্ষাৰ প্রচলন।আপুনি কি ভাৱে?
- 3:55
- 2 жыл бұрын
ঔটেঙা ৰৌমাছৰ জোল।Rohu fish curry assamese style .
- 2:37
- 2 жыл бұрын
কৰদৈ আচাৰ।starfruit pickle easy recepie.#starfruit#kordoi
- 1:30
- 2 жыл бұрын
ঔটেঙাৰে মচুৰ দালি।।Masoor dal with elephant apple.
- 4:06
- 2 жыл бұрын
বেঙেনা আৰু শুকান মাছৰ পিটিকা ।#dry fish n brinjal pitika
- 2:38
- 2 жыл бұрын
সহজ পদ্ধতিৰে বনোৱা ভোটজলকীয়াৰ আচাৰ #bhutjolokiar achar
- 10:12
- 2 жыл бұрын
কচুৰ লতিৰ লগত মাছৰ তৰকাৰী kochu lotir recepie
- 2:10
- 4 жыл бұрын
Пікірлер