Taru Phukan
নমস্কাৰ অসমবাসী ৰাইজ, মোৰনিছা ৰন্ধন কলা । অসমীয়া বাতৰি কাকত,আলোচনী সমূহত কবিতা ,
ৰন্ধনৰ ভিন্ন লেখা ,প্ৰৱন্ধ প্ৰকাশিত হৈ আহিছে।"নন্দিনী" ৰ নিয়মীয়া লেখিকাৰ দৰে হৈ পৰিছো ।জি ,এন,আৰচি,অন্যযুগ,প্ৰিয়সখীত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ ঘৰজেউতি,সমিধান সঁফুৰা,পুথি পৰ্য্যালোচনাৰ অনুষ্ঠান কৰিছিলো । আমাৰ সংস্কৃতি,আমাৰ খাদ্যপ্ৰণালী নিৰ্মল,নিখুঁত ,সুস্বাদু , অতি স্বাস্হ্যসন্মত । মই জনাখনি মোৰ youtube channel ৰ জৰিয়তে হেজাৰ কষ্ট বিনিময়ত নিজৰ অকলশৰীয়া প্ৰচেষ্টাৰে অসমবাসী ৰাইজৰ দেখুৱাবলৈ চেষ্টা কৰো ।ভুল ৰৈ যোৱাতো স্বাভাৱিক প্ৰক্ৰিয়া …শুধৰাই আগবঢ়াই নিয়াটোহে উৎকৃষ্ট কৰ্ম নিদৰ্শন ।
A few words about my passion--Cooking is my passion and I also love sharing my ideas and recipes with people who really love their food and their health. My recipes published in many magazines and newspapers .
- 5:18
- 3 ай бұрын
Chicken Masala curryৰান্ধিবলৈ10 Rsৰ২পেকেট মচলা মোৰ হাতত দিলে |খাবলৈ মন কৰাজনক ৰান্ধি খাবলৈ দিয়া সুখ
- 5:20
- 3 ай бұрын
Simple Assamese thali| ক'ম তেলত ৰন্ধা মাছৰ টেঙা জোল|কাঁহী কোণত Chutney |নিজৰ বাৰীতে vitamin ...
- 5:53
- 3 ай бұрын
Milk peda |চেনী নিদিয়াকৈ পৰিয়াললৈ বুলি আধা কেজি পেৰা বনালো ১৫ মিনিটত |সেয়ে video দিলো | বহুত ভ...
- 5:15
- 4 ай бұрын
Steam Egg Peratha🍳১টা কণী +৩ চামুচ ময়দা ফেটক ,ভাপত দিয়ক খাওঁক😋এবাৰ খালে পুনৰ ৰান্ধিবই
- 5:54
- 4 ай бұрын
পাকঘৰত কি বস্তু থাকিলে হঠাৎ অহা আলহী বা নিজৰ পৰিয়ালক ১৫ মিনিটতে তেল নিদিয়াকৈ এনে কেক বনাব দিব পাৰি
- 6:00
- 4 ай бұрын
King Chilli Chutney ৰ লগত🥥 milk idli খাইছেনে ? ইমান যে ভালপাব || গৰমত অতি উপযোগী @Taru Phukan
- 7:01
- 10 ай бұрын
Mitu ক মনত আছেনে ? আৰ্শীবাদ মৰম দিব ❤️মাকক যে Lockdownত সহায়ৰ হাত আগবঢ়াইছিল এতিয়া কি কৰি আছে
- 1:07
- Жыл бұрын
চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা চন্দ্ৰযান-৩ বিৰল ক্ষণ #বিশ্বৰ প্ৰথম দেশ India হিচাপে আমি গৌৰাম্বিত
- 7:20
- Жыл бұрын
Besan ladoo এটা ১৫টকাত কিনি খোৱাতকৈ সহজে কম খৰছত |ইমান perfect ভাৱে দেখুৱাই দিছো |বিহুৰ পিছতহে দৰকাৰ
- 7:26
- Жыл бұрын
Tel Pitha দুবিধ উৰুকা ৰাতি তৈয়াৰ কৰা |সৰহকৈ ভাপত চেৱা দিয়া জলপান |Magh Bihu Special তিনিবিধ সুস...
- 8:06
- Жыл бұрын
Coconut ladooএকদম সহজ পদ্ধতি| মিহি,গাখীৰৰ দৰে বগা নাৰিকলৰ লাৰু |দেখিয়ে মৰমলগা|নতুন জুতিৰে#taruph...
- 7:44
- Жыл бұрын
Nimki কিমান দৰকাৰী বিহুত|ষ্টেপ ,জোখ সঠিক কাটি থ'লেও লাগি নধৰা |সৰহকৈ ভাজিলেও মচমচীয়া হোৱা#T...
- 5:19
- Жыл бұрын
তিলৰ লাৰু | প্ৰতিটো ষ্টেপ অতি সহজকৈ দেখুৱাই দিছো | ওপৰত তেলৰ দৰে জিলিকি থাকে #Taruphukan
- 6:50
- Жыл бұрын
নাৰিকল পিঠা |তিলপিঠা |খুন্দা পৰা তৈয়াৰ কৰালৈকে|বিহু আহিল মইও প্ৰথমে পুৰণি সহজ পদ্ধতি লৈ…আহিম আকৌ
- 4:18
- 2 жыл бұрын
Kosuthur আৰু soyabean curry|কচুথোৰ নোখোৱা সন্তানেও খাব এনেদৰে বদলি কৰি ৰান্ধিলে #Taruphukan recipe
- 6:52
- 2 жыл бұрын
Everyone feel its necessary in summer /Boil টেঙামৰা দিয়া মাছ/ঔষধিযুক্ত শাক মিহলি দাইল @TARU PHUKAN
- 8:34
- 2 жыл бұрын
বেঙেনাৰ দুটা নতুন ৰেচিপি | Brinjal fry And Spicy curry | Assamese Thali @Taruphukan Recipe
- 8:05
- 2 жыл бұрын
Suji ladoo | বিহুৰ পিছতহে খাবলৈ মন যায় লাড়ু ,পিঠা-পনা |Taru Phukan Recipe |পিঠাগুড়িৰে ,চুজি লাৰু
- 6:59
- 2 жыл бұрын
First time কেটলি মুখৰ আৰু ভাপত দিয়া পিঠা খাই Bangaloreৰ আলহী Rajan S কি ক'লে ? গায়ত্ৰীয়ে ...
- 6:51
- 2 жыл бұрын
এইবাৰ বিহুত খুবেই ভাললগা পিঠাবিধ তৈয়াৰ কৰি চাবচোন?বৰ ভালপাব | Bihu Special #Taru Phukan recipe
- 5:58
- 2 жыл бұрын
ফেনী পিঠা |পানী পিঠাৰ দৰে দেখাত ;সোৱাদ বহুত ভাললগা পৰম্পৰাগত ,থলুৱা সুষম পিঠা | Assamese Feni Pitha
- 6:14
- 2 жыл бұрын
পিঠাগুড়ি তিল,গুড়ৰ বৰফি|তিলৰ লাৰু সলনি হাতৰ তলুৱা নোপোৰাকৈ বনাব পৰা সহজ,সুস্বাদু ৰেচিপি|Bihu Sp...
- 7:34
- 2 жыл бұрын
জোনপিঠা আৰু মূহুৰা পিঠা একেলগে|বিহুত বনাই খালে সকলোৱে একেমুখে কব 💯%সুস্বাদু |Bihu Special 2Recipes
- 8:52
- 2 жыл бұрын
Bihu Special বুলিলে খুৰমা কেইটালৈ মনত পৰে |হোটেলৰ Khurmaতকৈ বহু বেচি ভালপাব#Taru Phukan Recipe Assam
- 5:29
- 2 жыл бұрын
Пікірлер