Bandhu
চেনেলৰ উদ্দেশ্যবিজ্ঞানসন্মত পৰিকল্পিত আৰু সঠিক সময়ত উচিত ব্যৱস্থাপনাৰে যদি নতুন প্ৰজন্মই কৃষি, মীন পশু পালন, দুগ্ধ উৎপাদন, উদ্যান শস্য, কম টকাৰে ক্ষুদ্ৰ ব্যবসায়, তথা যিকোনো ক্ষুদ্ৰ উদ্যোগ স্হাপন ইত্যাদি সমগ্ৰ কামত আমাৰ ৰাজ্যখনৰ যুৱক য়ুৱতী তথা কৃষক সকল এক লক্ষ্য উদ্দেশ্য লৈ আগবাঢ়ি আহে নিবনুৱা সমস্যা চাকৰি সমস্যা লাহে লাহে নাইকীয়া হৈ যাব সেয়া ধুৰূপ । এই মহান উদ্দেশ্যে আগত ৰাখি অসমৰ বিভিন্ন ঠাইত ব্যৱসায়ী, কৃষক, পশুপালক বন্ধু সকলৰ স্বাৱলম্বীতাৰ সুত্ৰ বিচাৰি ঘূৰি ফুৰোঁতে কথা পাতিব চেষ্টা কৰোঁ তেওঁলোকৰ সৈতে আৰু আপোনালোকৰ সহায় হোৱাকৈ ভিডিঅ প্ৰস্তুত কৰি লওঁ।
You tube channel ID: kzitem.info/news/bejne/r65s2oKJrXuJgKwsi=AQ328KNAKhNOUPfz
- 14:50
- Ай бұрын
ঘৰৰ প্ৰথম মহলাত এখন বৃহৎ কুঁকুৰা ফাৰ্ম । লগত ছাগলী, গোপালন আৰু পাৰ ফাৰ্ম।। #poultryfarming #farming
- 14:55
- Ай бұрын
এগৰাকী পশু চিকিৎসকে ডিগ্ৰী থকাৰ পিছতো চাকৰি নিবিচাৰি বাচিললে ছাগলী আৰু দুগ্ধ ফাৰ্মৰ ব্যৱসায় ।।#goat
- 4:38
- Ай бұрын
ছাগলী পালনেৰে ঘৰ চলোৱা এগৰাকী মহিলা #goatfarm।। BEST GOAT FARM IN ASSAM ।।SAGOLI FARM ।। BUSINESS
- 13:48
- 2 ай бұрын
বৃহৎ টেঙ্কিত আধুনিক পদ্ধতিৰে মাছ পালন কৰি ১৫ লাখ টকা উপাৰ্জন।। Modern Technology FISH FARMING
- 14:41
- 2 ай бұрын
TOP BUSINESS IDEA IN ASSAM।। কোম্পানীৰ চকু এইবাৰ অসমৰ থলুৱা মাছৰ ওপৰত।। সময়ৰ শৰ সময়ত মাৰিব।।
- 17:02
- 2 ай бұрын
১০ লাখ টকাৰ ফাৰ্মৰ সামগ্ৰী বিক্ৰী কৰে বিভিন্ন জিলাত।। অসমৰ এজন উদ্যোগী অমল মেধিৰ ফাৰ্মি অভিজ্ঞতা।।
- 6:27
- 2 ай бұрын
চাৰিমাহত উপাৰ্জন ৩ লাখ ।নতুন কি কৌশল প্ৰয়োগ কৰি পালন কৰিছে টেঙ্কিত কুঁচিয়া, শিঙি আৰু কাৱৈ মাছ।।
- 13:46
- 2 ай бұрын
এদিনতে বিক্ৰী ১,৮৫,০০০ টকা। কৰ্মস্পৃহা আৰু লক্ষ্য লৈ আগবাঢ়িলে সফল হোৱাটো ১০০% নিচিন্ত। চাকৰি না...
- 5:40
- 2 ай бұрын
বেলেগ ধৰণৰ ফাৰ্ম কৰিলে বজাৰত পইচা ঘটিব সহজ।। আনে যোৱা বাটেদি নোযোৱাকৈ মাহিলী উপাৰ্জন ২ লাখ টকা।।
- 17:50
- 2 ай бұрын
১৬০০ হাঁহ ২০০ গাহৰি আৰু ১৫ বিঘা পুখুৰীত মাছ উৎপাদনেৰে অসমৰ এখন বৃহৎ সংহত ফাৰ্ম। ২৭ লাখ উপাৰ্জন বছৰি
- 12:57
- 2 ай бұрын
উন্নত প্ৰজাতিৰ কল, অমিতা, নাৰিকল, আম ইত্যাদি পুলি বোৰ লগাইছে নে । ।আপোনাৰ ফাৰ্মখনত লগাইছে নে বাৰু।
- 19:29
- 2 ай бұрын
নতুন চিন্তা, অভিজ্ঞতা আৰু সুন্দৰ পৰিচালনাৰে ঠিয় কৰাইছে এখন বৃহৎ ডায়েৰী ফাৰ্ম।। চাকৰি লগত মতলব ন...
- 16:22
- 2 ай бұрын
উচ্চশিক্ষিত কৌশিকৰ পশুপালনৰ এখন সুন্দৰ আদৰ্শ ফাৰ্ম। । ছাগলীৰ লগতে দুগ্ধ উৎপাদন আৰু কুঁকুৰা ফাৰ্ম।।
- 14:02
- 2 ай бұрын
বেমাৰ আজাৰ আৰু বিক্ৰীৰ চিন্তা নোহোৱা গাহৰী পালন।।২০ বছৰীয়া প্ৰশিক্ষিত পালক আৰু মাতৃৰ আদৰ্শ ফাৰ্ম।
- 13:33
- 2 ай бұрын
চাকৰি এৰি খেতি কৰি পালে অসম ৰাজ্যিক কৃষি বঁটা।। সকলো সময়তে ঘৰতে কিদৰে পলিহাউচ বনাই পাচলি খেতি
- 9:05
- 2 ай бұрын
তামোল খেতি-Best Hybrid Variety ৰ লগত এইখিনি কৰি আজীৱন টকা Income কৰক/Hybrid areca/betel nut variety
- 13:04
- 2 ай бұрын
এজন অভিজ্ঞ ছাগলী পালক। কেনেকৈ কৰিব ছাগলী পালন? সুন্দৰ এখন ছাগলী ফাৰ্ম।নতুনৰ বাবে আদৰ্শ
- 10:43
- 2 ай бұрын
দৈনিক 150 টাকৈ কণী পৰা কুঁকুৰা ফাৰ্ম।। তামুলপুৰত প্ৰথম লেয়াৰ কুঁকুৰা ফাৰ্ম।। নিতুল আজি আদৰ্শ।।
- 10:32
- 2 ай бұрын
You Tube পৰা শিকি লোকেল কুকুৰা পালনেৰে তামুলপুৰৰ ভূপেন এতিয়া স্বাৱলম্বী।। Local Murgi Farm Assam ll
- 9:20
- 3 ай бұрын
সম্পুৰ্ণ ঘৰুৱা পৰিবেশত লোকেল গাহৰী পালনেৰে চমকপ্ৰদ সফলতা শোণিতপুৰ এজন গাহৰী পালকৰ। #pigfarmvideo
- 9:49
- 7 ай бұрын
এখন সৰু দুগ্ধ ফাৰ্ম। দুজনী গিৰ গাই, বৰ্ণসংকৰ আৰু থলুৱা গাইৰে প্ৰতিদিনে জাকিৰে উপাৰ্জন কৰে ১৫০০ টকা
- 16:17
- 8 ай бұрын
অধিক উপাৰ্জনৰ বাবে কুঁকুৰা পালনৰ পৰিৱৰ্তে নতুন এক কৌশল।। তাৰ্কী কুকুৰা এক লাভজনক ব্যৱসায়
- 11:47
- 9 ай бұрын
Пікірлер