ভক্তি কথা আৰু জ্ঞান
🕉️ নমস্কাৰ 🕉️অসমীয়া "ভক্তি কথা আৰু জ্ঞান" লৈ সকলোকে স্বাগতম।
হিন্দু ধৰ্মৰ মহান গ্ৰন্থ সমোহত উল্লেখ থকা প্ৰতিটো কাহিনী তথা প্ৰতিটো ঘটনাতে এনে কিছুমান অমূল্য জ্ঞান লুকাই আছে, যাক অজ্ঞানি সকলে অবজ্ঞা কৰে। কিন্তু যদি মানুহে সেইবোৰ অমূল্য জ্ঞানৰ মহত্ব জানি আৰু বুজি হিদিস্থিত কৰি লৱ পাৰে, তেনেহলে এই জ্ঞান অমৃতৰ সমান।
সেয়েহে ইয়াত ভক্তসকলৰ বাবে আমি আগবঢ়াম হিন্দু ধৰ্ম গন্থত উল্লেখ থকা বিভিন্ন কাহিনী তথা তাৰ লগত জড়িত বিভিন্ন জ্ঞানমূলক কথাৰ বিবৰণ। গতিকে আপোনালোক আমাৰ লগত জড়িত হৈ থাকিব বুলি আশা ৰাখিলোঁ। লগতে আপোনালোকৰ সহায় পালে ধন্য হ'ম।
✳️ কৃষ্ণ✳️ কৃষ্ণ✳️কৃষ্ণ✳️
জাননী
:::::;::::::
সৰ্বপ্ৰথমে দৰ্শক তথা ভকত সকলৰ পৰা ক্ষমা-ভিক্ষা বিচাৰিছোঁ। কাৰণ আৰ্থিক তথা অন্য অসুবিধাৰ বাবে, আমাৰ চেনেলত ব্যৱহাৰ কৰা সকলোবোৰ তথ্য তথা ছবি, ইন্টাৰনেটৰ পৰা সংগৃহীত। আপোনালোকৰ সহায় পলে ভবিষ্যতে নিজৰ সংগ্ৰহীত আৰু তৈয়াৰী তথ্য তথা ছবি আগবঢ়াবলৈ চেষ্টা কৰিম। ধন্যবাদ।
✳️✳️✳️✳️✳️✳️
Contact-- [email protected]
- 3:33
- 5 ай бұрын
ভগৱান বিষ্ণুৰ চতুৰ্ভূজ ৰূপৰ ৰহস্য || ভগৱান বিষ্ণুৰ চাৰিখন হাত কেনেকৈ হৈছিল || ভক্তি কথা আৰু জ্ঞান
- 34:54
- 6 ай бұрын
মহাভাৰতৰ এক অমৰ প্ৰেম কথা নল আৰু দময়ন্তী উপাখ্যান || Nal And Damayanti story in Assamese
- 10:03
- 7 ай бұрын
সৰ্প জাতিৰ এই ৰহস্য হয়তো আপুনিও নাজানে || ৰজা জন্মেজয়ে সৰ্পযজ্ঞ কিয় কৰিছিল | ভক্তি কথা আৰু জ্ঞান
- 13:54
- 8 ай бұрын
মৎস্য অৱতাৰ || ভগৱান বিষ্ণুৰ প্ৰথম অৱতাৰ কথা || ভগৱান বিষ্ণুৰ দ্বাৰা বেদ উদ্ধাৰ || দশৱতাৰ (প্ৰথম)
- 12:41
- 8 ай бұрын
ৰাম মন্দিৰ কেনেকৈ নিৰ্মাণ হ'ল | ৰাম মন্দিৰৰ সম্পূৰ্ণ ইতিহাস আৰু হাজাৰ হাজাৰ ৰামভক্তৰ বলিদানৰ...
- 19:04
- 8 ай бұрын
গোলোক ধামৰ অদ্ভূত ৰহস্য || গোলোক ধাম প্ৰকৃততে কি ক'ত আছে আৰু তালৈ কেনেকৈ যাব পাৰি || গৰ্গ সং...
- 21:12
- 8 ай бұрын
জয় আৰু বিজয় বৈকুণ্ঠ লোকৰ দুৱাৰপাল হৈয়ো পৃথিৱীত তিনিবাৰ অসুৰৰ ৰূপত জন্ম ল'ব লগা হৈছিল কিয়
- 12:08
- 9 ай бұрын
ভাৰতীয় সমাজ জীৱনত সপ্তঋষিৰ অমূল্য অৱদানৰ কথা || সপ্তঋষিৰ জন্ম গুৰু আৰু জীৱনৰ কথা || তৰামণ্ডল
- 15:34
- 9 ай бұрын
কেইগৰাকীমান নাৰীৰ ভুলৰ বাবে হৈছিল মহাভাৰতৰ যুদ্ধ || কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰকৃত কাৰণ কি আছিল
- 9:39
- 9 ай бұрын
স্বয়ং ভগৱান বিষ্ণুয়ে দুজন অসুৰৰ পৰা কিয় বৰদান খুজিব লগা হৈছিল || মধু কেটভ আৰু পৃথিৱীৰ উৎপত্তি কথা
- 14:43
- 9 ай бұрын
সচাকৈয়ে বাৰু স্বামী-স্ত্ৰী ৭ টা জন্মলৈকে জীৱন সংগী হয়নে || বিবাহৰ 7 টা বচন আৰু তাৰ মহত্ব
- 15:12
- 9 ай бұрын
গৌকৰ্ণ আৰু ধুন্ধুকাৰিৰ ৰসাল কথা || পুত্ৰ লাভৰ কামনা কৰা সকলে নিশ্চয় চাব || ভাগৱত পাঠ অসমীয়া
- 10:42
- 10 ай бұрын
ভগৱান মহাদেৱে কাল ভৈৰৱ ৰূপ কিয় লৈছিল || সম্পূৰ্ণ কাল ভৈৰৱ অৱতাৰ কথা || শিৱ পুৰাণ || Kaal Bhairav
- 9:35
- 10 ай бұрын
ধৃতৰাষ্ট্ৰ পাণ্ডু আৰু বিদুৰৰ জন্ম কেনেকৈ হৈছিল || বেদব্যাসে কেনেকৈ বংশ ৰক্ষা কৰিছিল || মহাভাৰতৰ কথা
- 15:46
- 10 ай бұрын
মহৰ্ষি বিশ্বামিত্ৰই কিয় এখন নতুন স্বৰ্গৰ নিৰ্মাণ কৰিছিল || বিশ্বামিত্ৰ আৰু মেনকাম প্ৰেম কাহিনী
- 8:01
- 10 ай бұрын
পিতৃ মাতৃক কষ্ট দিয়া সকলৰ কি অৱস্থা হয় জানেনে || হিন্দু ধৰ্ম গ্ৰন্থৰ কথা অনুসৰি ৫ প্ৰকাৰৰ মহাপাপ
- 7:35
- 10 ай бұрын
মহাভাৰতৰ যুদ্ধত ভগৱান শ্ৰী কৃষ্ণ অৰ্জুনৰ সাৰথী হোৱাৰ আৰত লুকাই থকা অদ্ভূত ৰহস্য | কুৰুক্ষেত্ৰ যুদ্ধ
- 4:47
- 10 ай бұрын
অভিমন্ত্রিত নকৰাকৈ ৰুদ্ৰাক্ষ ধাৰন কৰিব পাৰি নে নোৱাৰি | ৰুদ্ৰাক্ষ পিন্ধাৰ আগতে এই কেইটা কথা জানি ...
- 13:20
- 10 ай бұрын
কৰ্দম ঋষি আৰু দেৱহুতি কথা || কন্দৰ্ভ ঋষিৰ ৯ গৰাকী কন্যাৰ জন্ম কেনেকৈ হৈছিল || কপিল মুনি অৱতাৰ
- 9:58
- 10 ай бұрын
শ্ৰী কৃষ্ণ আৰু অৰ্জুনৰ মিত্ৰতাৰ আৰত লুকাই থকা এই ৰহস্য ৯৯% মানুহেই নাজানে || নৰ নাৰায়ণ অৱতাৰ কথা
- 10:37
- 10 ай бұрын
ঘৰৰ এই স্থানত মৃতকৰ ফটো ভুলতো নাৰাখিব || ধ্বংস হৈ যাব || মৃত আত্মীয়ৰ ফটো ঘৰত ৰখাতো উচিত নে অনুচিত
- 13:29
- 11 ай бұрын
সম্পূৰ্ণ হনুমান চালীসাৰ অসমীয়া অৰ্থ || হনুমান চালীসা সকলোৱে পঢ়ে কিন্তু বেছিভাগেই তাৰ অৰ্থ নাজানে
- 6:31
- 11 ай бұрын
জন্ম হোৱাৰ লগে লগে শিশুৱে কান্দে কিয় || এই বিষয়ত বিজ্ঞানৰ তথ্য আৰু হিন্দু ধৰ্মগ্ৰন্থৰ তথ্য জানক
- 6:31
- 11 ай бұрын
Пікірлер