June Sadiya
মই এজনী তেনেই নিচলা গাঁৱৰ নাৰী হাজাৰ ধুুমুহাৰ সৈতে যুঁজ বাগৰ কৰি কোনোমতে নমৰাকে আছোঁ ৷ এজন you tuber হোৱাৰ আশা ৷ সকলোৰে সহযোগ বিচাৰিলো ৷আমাৰ জীৱনৰ একমাত্ৰ চিৰন্তন সত্যটোৱে হৈছে আমাৰ "মৃত্যু" ৷ যাক আমি জীৱিত কালত অনুধাৱন নকৰি এক ভ্ৰম আৰু মায়াৰ পিচত দৌৰ ভাগ কৰি থাকোঁ ৷ কিন্তু যিবোৰৰ কাৰণে আমি জীৱনৰ প্ৰতিটো দিন দৌৰি থাকো, তাৰ কোনো বস্তুয়েই আমাৰ জীৱনৰ চিৰ স্থায়ী নহয় ৷ যিবোৰ বস্তু আজি আমাৰ বুলি আমি এক ভ্ৰান্ত ধাৰণা লৈ ফুৰিছো কালি সেইবোৰ আনৰ আছিল আৰু কাইলৈ আকৌ আন কাৰোবাৰ হ'ব ৷
আমাৰ লগত যি আছে সেইয়া আমাক এই পৃথিৱীয়ে দিছে, আৰু যিদিনা এই পৃথিৱীৰ পৰা আমি গুচি যাম এই পৃথিৱীয়ে সকলো লৈ ল'ব ৷
গতিকে ক্ষণভৰ জীৱনত সুখী হৈ থাকিবলৈ হ'লে আমি আমাৰ মনটোক সুখত ৰখাৰ প্ৰয়োজন ৷ আৰু মনটোক সুখত ৰাখিবলৈ হ'লে আমাক মানুহৰ পৰা মৰম ভালপোৱা প্ৰয়োজন হয় ৷সেইহে আপোনালোকৰ পৰা মৰম বিচাৰি মোৰ এই যাত্ৰা ৷ আশা কৰোঁ আপোনালোকক এই যাত্ৰাত সহযাত্ৰী হিচাপে পাম ৷
ধন্যবাদ
- 3:56
- 12 сағат бұрын
খুউব কম দিনৰ আলহী কৌশিক/সাত বছৰ বয়সতে জীৱন-মৃত্যুৰ যুঁজ//অকনমান সহায়ৰ বাবে হাত যোৰ কৰিছোঁ
- 3:42
- 16 сағат бұрын
বহুত দিনীয়া সপোন এটা পূৰণ হ'ল//আপোনালোক সকলোৰে মংগল কামনা কৰিলোঁ।
- 2:20
- 19 сағат бұрын
#গোলাঘাট ওলালোঁ , ঘৰত থাকি থাকি আমনি লাগিল।
- 9:17
- Күн бұрын
মোৰ জীৱনৰ প্ৰথম ছবি//হেঁপাহ ।।
- 3:15
- Күн бұрын
মোক যিয়ে হিংসা কৰিব তেওঁ ৰৌ ৰৌ নৰকত পৰিব।
- 3:35
- 14 күн бұрын
#চুগাৰৰ দৰৱ নিবলৈ আহিছোঁ, এখেতে বহুতকে আৰোগ্য কৰিবলৈ সক্ষম হৈছে।
- 3:06
- 14 күн бұрын
আমাৰ নেইনাই গাব জানিছে নে " তোমাৰ উশাহ কহুঁৱা কোমল , শেৱালী কোমল হাঁহি" সুধা কন্ঠৰ এই স...
- 2:57
- 14 күн бұрын
বহুত কষ্ট কৰিছোঁ অকনমান আগবাঢ়ি যাবলৈ।
- 3:02
- 14 күн бұрын
বহুত দূৰৈৰ পৰা আহিছে আলহী , সেই হে ইমান কৈ বনালোঁ ।
- 3:43
- 21 күн бұрын
তিলৰ চাটনি এনেকৈ বনাবলৈ শিকক
- 3:20
- 21 күн бұрын
গৰু গাহৰিয়ে খোৱা খাদ্য খায় জীয়াই আছোঁ আমি।
- 3:09
- 21 күн бұрын
ভাত বাঢ়িব লওঁতেই আহি ওলাল আপোন মানুহ।
- 5:13
- 21 күн бұрын
কি পূণ্যৰ ফলত লাভ কৰিছোঁ নাজানো ইমান মৰম ?
- 4:21
- 21 күн бұрын
জীৱনৰ বহুত ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈও সাহস হেৰুওৱা নাই
- 3:57
- 28 күн бұрын
কেতিয়াও ভৱাই নাছিলোঁ জীৱনটো এনেকুৱা হ'ব
- 3:50
- 28 күн бұрын
ভাগ্যত সুখ লিখা নাছিল , কি কৰিম ?
- 3:16
- 28 күн бұрын
জেঙে জাবৰে খাই জীয়াই আছোঁ মই ।।
- 3:50
- 28 күн бұрын
আনক লুটি দুটি খোৱাৰ কথা কয় মানুহে//কষ্ট বোৰ নেদেখে কোনেও ।
- 3:25
- Ай бұрын
আমি এনেকৈয়ে খাওঁ//একোঁ নাথাকিলেও শান্তি
- 3:25
- Ай бұрын
#আমাৰ জীৱনৰ ৰঙবোৰ এনেকুৱা 🌺🌺🌺🌺
- 5:46
- Ай бұрын
#মোৰ কোনো নাই
- 6:29
- Ай бұрын
#যিকোনো বেমাৰ ভাল কৰিব পাৰে এই মানুহজনে
- 3:50
- Ай бұрын
#জীৱনৰ তিনিমাহ দিন মোৰ বাবে বহুত দুখৰ আছিল 🤣🤣🤣
- 3:25
- Ай бұрын
Пікірлер