Prative Bhai
নমস্কাৰ দৰ্শকসকল 🙏আপোনালোকক মোৰ চেনেল Prative Bhai লৈ স্বাগতম জনাইছো। মোৰ ঘৰ শিৱসাগৰত।
ইয়াত মই আপোনালোকৰ বাবে বিভিন্ন ধৰণৰ ফাৰ্মিং ভিডিঅ' আপোনালোকৰ সহায় হোৱাকৈ আপলোড কৰিম। আপোনালোকৰ অসুবিধা সমূহ কমেণ্ট কৰি জনাব, মই আপোনালোকক বিভিন্ন মাধ্যমৰ যোগেৰে সহায় কৰিবলৈ চেষ্টা কৰিম।
নিজৰ ভাই বুলি ভাবি Prative Bhai চেনেলটো আগুৱাই যাবলৈ Subscribe কৰিব।
শিৱসাগৰৰ আশে-পাশে যদি আপোনালোকক একেবাৰে কম খৰচত কণী ফুটুওৱা মেচিন (Incubator) লাগে মোৰ লগত যোগাযোগ কৰিব পাৰে। মূৰ্গী ,পাতী হাঁহ, কেম্বেল হাঁহৰ পোৱালী লাগিলে যোগাযোগ কৰিব পাৰে।
ধন্যবাদ, জয় আই অসম
- 4:12
- 6 ай бұрын
মৌ বাহত পলু লাগিলে কেনেদৰে ভাল কৰিব | WaxMoth Attack in Honey Chamber | মৌ পালন Video | Prative Bhai
- 6:26
- Жыл бұрын
হাঁহে খোজ কাঢ়িব নোৱাৰিলে || লেঙেৰাই খোজ দিলে || কি Medicine দিব সকলো তথ্য || Prative Bhai
- 6:03
- Жыл бұрын
ভোট জলকীয়া গছৰ পাত লেৰেলি যোৱা ৰোগ আৰু গুৰি পচি যোৱা ৰোগৰ দৰৱৰ সৱিশেষ | Bhut Jolokia Bemaror Dorob
- 5:18
- Жыл бұрын
ভোট জলকীয়াৰ পাত সৰু হৈ যোৱা আৰু পাত ছিৰিলি পৰা বেমাৰৰ দৰৱ | King Chilli Medicine| ভোট জলকীয়া বেমাৰ
- 4:41
- Жыл бұрын
ভোট জলকীয়া গছৰ 1G, 2G, 3G কাটিং কেনেকৈ কৰিব | Bhut Jolokia 3G Cutting | 3G cutting of king Chilli
- 5:29
- Жыл бұрын
ভোট জলকীয়া খেতি || Assamese Video
- 6:45
- Жыл бұрын
মূৰ্গীৰ বাবে এক টকা খৰচ নকৰাকৈ দানা কেনেকৈ বনাব || সকলো জানক এই ভিডিঅ'টো চাই || Prative Bhai
- 7:01
- Жыл бұрын
ভোট জলকীয়া গছৰ কলম পদ্ধতি আৰু সাৰ দিয়া পদ্ধতি || ভোট জলকীয়া খেতি || King Chilli Cultivation
- 4:34
- Жыл бұрын
ৰাণী ভোট জলকীয়াৰ সবিশেষ জানো আহক | Bhut jolokia kheti in Asaam | Prative Bhai new Video
- 17:18
- Жыл бұрын
মূৰ্গীৰ আহিছে ডাঙৰ বেমাৰ | এতিয়াই হওঁক সাৱধান | নহ'লে হৈ যাব পাৰে আপোনাৰো ফাৰ্ম ধ্বংস
- 3:45
- Жыл бұрын
অসমত বছৰত ২ বাৰ লগা ছজিনা গছ হয়নে || সকলো প্ৰশ্নৰ উত্তৰ প্ৰমাণৰ সৈতে দিম আজি || Prative Bhai
- 8:32
- Жыл бұрын
বৌলক আজি দেখাম মোৰ বাঁৰীত কি কি আছে || Assamese Kissan Vlog || Bhut Jolokia || Prative Bhai
- 4:27
- Жыл бұрын
মুৰ্গীৰ Weight বঢ়াবলৈ মহা ঔষধ || Deshi Murgi Weight Gaining Tips || Assamese New Farming Video
- 4:11
- Жыл бұрын
এটা বেলেগ বুদ্ধি লগাই জিকা, তিয়হ আৰু কুন্দুলীৰ খেতি কৰিছো || কেনেকৈ কৰিছো চাওঁ আহক | Prative Bhai
- 3:23
- 2 жыл бұрын
মতা অমিতা গছক কেনেকৈ মাইকীলৈ ৰূপান্তৰ কৰিব || How To Make Male Papaya Tree into Female 🌱
- 3:47
- 2 жыл бұрын
মূৰ্গী আৰু হাঁহৰ বাবে কম খৰচত দানা || কেজি মাত্ৰ ১০ টকা || Low cost feed for Local Murgi and duck
- 9:22
- 2 жыл бұрын
লোকেল মূৰ্গী টোপনি মৰা বেমাৰৰ দৰৱ | মূৰ্গী সেউজীয়া লেটিনৰ দৰৱ | Ranikhet Disease Medicine Assamese
- 8:04
- 2 жыл бұрын
ডাঙৰ মূৰ্গীক ৰাণীখেত ভেকচিন কেনেকৈ দিব | How to inject Chicken | Ranikhet Vaccine | Poultry Medicine
- 10:25
- 2 жыл бұрын
Ostovet আৰু Vimeral য়ে কি কি বেমাৰ ভাল কৰে || ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব সকলো তথ্য || Farming Video
- 4:08
- 2 жыл бұрын
Пікірлер