অসমীয়া ভাওনা সংস্কৃতি
"অসমীয়া সাহিত্য সংস্কৃতিক সকলোৰে আগত চিনাকি কৰাই দিয়াই চেনেলটোৰ মূখ্য উদ্দেশ্য।"আমাৰ লগত ফেচবুকতো যোগাযোগ কৰিব পাৰিব।
"যদি আপুনি নিজৰ অভিনয়ৰ ভিডিঅ' আমাৰ জৰিয়তে প্ৰচাৰ কৰিব বিচাৰে যোগাযোগ কৰিব পাৰে।।"
"অসমীয়া সংস্কৃতিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে লৈয়ে এই চেনেলটো খোলা হৈছে,কোনেও যাতে এই চেনেলটো ব্যক্তিগত লাভালাভৰ বাবে খোলা হৈছে ভাবি ভুল নকৰে।।"
"যদি আপুনি এজন অসমীয়া হিচাপে বা অসমীয়া সংস্কৃতিক ভাল পোৱা সাংস্কৃতিক প্ৰেমী হিচাপে আমাক উৎসাহিত কৰিব খোজে তেনেহ'লে চেনেলটো subscribe কৰিব আৰু সকলোৰে লগত চেয়াৰ কৰি আমাৰ এই সংস্কৃতি প্ৰচাৰৰ ক্ষুদ্ৰ প্ৰয়াসটিৰ কথা জানিবলৈ সুবিধা কৰি দিব।। ধন্যবাদ।।"
"জয় অসমীয়া ভাওনা সংস্কৃতিৰ"
"জয় অসমীয়াৰ জাতীয় সংস্কৃতিৰ"
"জয় জয় জয়"
।। জয় আই অসম।।
- 5:29
- 8 ай бұрын
মহাদেৱৰ প্ৰৱেশ।।দক্ষ যজ্ঞ ভাওনা।।Shiva probesh geet।।
- 10:37
- 8 ай бұрын
গায়ন বায়ন।।Gayan bayan।।asomiya vauna sanskriti।।
- 18:16
- 8 ай бұрын
দক্ষ যজ্ঞ ভাওনা।। বিষ্ণু,লক্ষী আৰু নাৰদৰ সুন্দৰ অভিনয়।।
- 1:10:40
- 10 ай бұрын
সদৌ অসম ভাওনা প্ৰতিযোগিতা, তিনিচুকীয়া মুচুকুণ্ডৰ জনাৰ্দন দৰ্শন জৰাসন্ধৰ মুক্তিলাভ।(Part-01)
- 10:08
- Жыл бұрын
বিষ্ণুৰ প্ৰৱেশ।।
- 15:33
- Жыл бұрын
দানবীৰ ৰজা হৰিশ্চন্দ্ৰই কেনেকৈ সকলো হেৰুৱালে চাও আহক।।
- 5:38
- Жыл бұрын
ৰাম পৰাজয় সীতাৰ পাতাল গমন।
- 1:37
- Жыл бұрын
বান ৰজাৰ প্ৰৱেশ। ভাওনা প্ৰৱেশ।
- 1:09
- Жыл бұрын
নাৰদৰ গীত।কুমৰ হৰণ।।
- 9:30
- Жыл бұрын
লৱ কুশৰ প্ৰৱেশ আৰু সুন্দৰ সংলাপ।
- 2:51
- Жыл бұрын
যদু দত্তৰ গীত। ভাওনা গীত।
- 3:41
- Жыл бұрын
কালযৌৱন দৈত্য
- 0:47
- Жыл бұрын
হৰিনামৰ মহিমা।
- 1:02:17
- Жыл бұрын
কমলা গগৈ দেৱৰ নামৰ অনুষ্ঠান।।Dihanam Kamala Gogoi।।
- 2:34
- Жыл бұрын
vauna probekh।।দিকুমনি বৰুৱা।।
- 7:44
- Жыл бұрын
প্ৰৱেশ খন চাওক এবাৰ।
- 50:22
- Жыл бұрын
দিহানাম সম্ৰাট কমলা গগৈ দেৱৰ নামৰ অনুষ্ঠান।।
- 3:44:36
- Жыл бұрын
শ্ৰী ৰামৰ অৰণ্য গমণ,ভৰতৰ পাদুকা স্থাপন।। অৰুণোদয় সাংস্কৃতিক গোষ্ঠী,ফুলপানিছিগা, শিৱসাগৰ।।
- 13:01
- Жыл бұрын
সীতাক এৰি গ'ল বনৰ মাজত।এক কৰুণ দৃশ্য।।
- 5:19
- Жыл бұрын
শিশু দুটিৰ অভিনয় চাওক
- 1:49
- Жыл бұрын
প্ৰৱেশিলা দৈত্যৰ ৰাজন
- 4:29:26
- Жыл бұрын
নৃসিংহ যাত্ৰা।। সম্পূৰ্ণ ভাওনা।।Nrisingha Jatra full Vauna।।
- 10:22
- Жыл бұрын
নাৰদ আৰু কৃষ্ণৰ সুন্দৰ অভিনয়।। ভাওনা।।
- 2:06
- Жыл бұрын
শিশু ভাওনা।ৰাম পৰাজয় সীতাৰ পাতাল গমন।
- 6:59
- Жыл бұрын
Пікірлер