অসমীয়া কৃষ্টি- সংস্কৃতি.Assamese culture
অসমীয়া কৃষ্টি সংস্কৃতি you tube চেনেলৰ তৰফৰ পৰা সকলো বন্ধুলৈ স্বাৰ্গতম ।অসমীয়া কৃষ্টি সংস্কৃতিৰ পথাৰ খন সজীৱ কৰি তোলা প্ৰয়াসৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুয়োজনাৰ সৃষ্টিৰাজিৰ ধাৰাটো শুদ্ধ ৰূপত নৱ প্ৰজন্মই আকোৱালি লৱ পৰাকৈ সাংস্কৃতিক দিশটো সামৰি প্ৰচাৰ কৰা আৰু প্ৰসাৰ ঘটাৱা উদ্দেশ্যই সামাজিক মাধ্যমত সংগ্ৰহ কৰি সংৰক্ষণ কৰা হৈছে ।আপোনাসৱে ভূলবোৰ আঙুলীয়াই দি আমাৰ এই অসমীয়া কৃষ্টি সংস্কৃতি চেনলটো আগুৱাই নিব ।সেয়ে সকলোৱে subscribe কৰি like ,share কৰি চেনেলটো এই ধাৰাটো অৱ্যাহত ৰাখিব পাৰো তাৰ বাৱে সকলো বন্ধুৱে সহায় কৰে যেন ।ধন্যবাদেৰে অসমীয়া কৃষ্টি সংস্কৃতি you tube চেনেল ।- 3:28
- 14 күн бұрын
গেলেকী আঃ ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিতবিষ্ণুৰাভা গীতৰ আধাৰত সৃষ্টিশীল নৃত্য প্ৰথম স্থান মান্যতা ম...
- 2:48
- 21 күн бұрын
তনয়া হাজৰীকাৰ ৰাভা সংগীত প্ৰতিযোগিতাৰ প্ৰথম স্থান মধুময় সংগীত বিদ্যালয়,নামতি ৰাভা দিৱস অনুষ্ঠ...
- 1:26
- 21 күн бұрын
হেৰৌ কৃষক ,বিষ্ণুৰাভা কবিতা আবৃত্তি ৱৈষ্ণৱী ফুকন ।মধুময় সংগীত বিদ্যালয়ৰ ৰাভা দিৱস উদ্যাপন।
- 4:02
- Ай бұрын
আন্তুৰাষ্ট্ৰীয় বাঁহীবাদক লক্ষীনন্দন লাহনৰ বাঁহী সুৰত মুগ্ধহব আপুনিও।চেনেলটোsuscribeকৰি লব।
- 20:36
- Ай бұрын
ৰংঘৰ হুঁচৰি দল,শিৱসাগৰ।দ্বিতীয় শ্ৰেষ্ঠ দল,(যুতীয়া ভাৱে)নামতি ৰতনপুৰ বিহুতলী।চেনেলটোsuscribeকৰি লব।
- 12:58
- Ай бұрын
তেজপুৰীয়া থেছপিয়ান দলৰ পৰিৱেশন,যোৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন।চেনেলটোsuscribeকৰি লব।
- 10:16
- Ай бұрын
বৰবিহুৱতী ত্ৰিদিশা বৰঠাকুৰ ।নামতি ৰতনপুৰ বিহুতলী।অনুষ্ঠানৰ ভিডিঅ সমূহ পাবলৈ চেনেলটোsuscribeকৰি লব ।
- 7:00
- 2 ай бұрын
উন্মনা কোঁৱৰ মৌ-কুঁৱৰী প্ৰথম স্থান নামতি ৰতনপুৰ বিহুতলীঅনুষ্ঠানৰ ভিডিঅ সমূহ পাবলৈ চেনেলটোsuscribকৰিব
- 36:37
- 2 ай бұрын
নামতি আঞ্চলিক ছাত্ৰ সন্থাৰউদ্যোগত"জাগৰণ শীৰ্ষক"অনুষ্ঠানটি আঁত ধৰি ধ্ৰুৱজ্যোতি কলিতাই কি...
- 13:16
- 2 ай бұрын
দৰিকাপৰীয়া জেং বিহু দল ,প্ৰথম স্থান নামতি ৰতনপুৰ বিহুতলী।অনুষ্ঠানৰ ভিডিঅ পাবলৈ চেনেলটোsuscribeক...
- 7:27
- 2 ай бұрын
নামতি ৰতনপুৰ বিহুতলীত দিপশিখা বৰাকণ্ঠত মিঠা মিঠা গীতঅনুষ্ঠানৰ ভিডিঅ সমূহ পাবলৈ চেনেলটোsuscribeকৰি লব
- 19:36
- 2 ай бұрын
বৰদৈচিলা হুঁচৰি দল, দ্বিতীয় স্থান নামতি ৰতনপুৰ বিহুতলীত।অনুষ্ঠানৰ ভিডিঅ পাবলৈ চেনেলটোsuscribeকৰি লব
- 19:54
- 2 ай бұрын
চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ মৰাণ এনাজৰী হুঁচৰি দলৰ পৰিৱেশন।চেনেলটোsuscribeকৰি লব।
- 8:58
- 2 ай бұрын
শিক্ষা আহৰণৰ লগতেনামতি স্থানীয় ছাত্ৰ সকলে পৰিৱেশন কৰা অনুষ্ঠানটো এবাৰ চাবচোন।চেনেলটৈsuscribeকৰি লব।
- 19:48
- 2 ай бұрын
দ্বিতীয় শ্ৰেষ্ঠ দল সূৰুজমুখী হুঁচৰি দল ,টিপমীয়া ৰঙালী বিহু সন্মিলনত। চেনেলটোsuscribeকৰি লব।
- 7:56
- 2 ай бұрын
প্ৰথম স্থান সৰুবিহুৱতী প্ৰতিক্ষাৰাণী বৰা,ৰূপজান আঃ প্ৰেক্ষাগৃহ ,টিপমীয়া গাওঁ।চেনেলটোsuscribeকৰি লব।
- 27:08
- 2 ай бұрын
জাঁজী পৰীয়া হুচৰি দলৰ সুন্দৰ প্ৰদৰ্শন।অনুষ্ঠান সমূহৰ ভিডিঅ পাবলৈ চেনেলটোsuscribeকৰি লব।
- 1:20
- 2 ай бұрын
Пікірлер