purbanchal
Business Mail - [email protected]Business Only Contact / WhatsApp 9435807060 (বেলেগৰ নম্বৰ বিচাৰি যোগাযোগ নকৰিব নতুবা সাঁচি গছ, ইটাৰ বাবে ফোন নকৰিব)
নমস্কাৰ,
এই চেনেলত আপোনাক স্বাগতম। মই এই চেনেল খোলাৰ মূল কাৰণ হল যে নজনা কথা নতুবা নেদেখা কথা লাগিলে যিয়েই হওক আপোনালোকৰ আগত ভিডিও হিচাপে দাঙি ধৰা। প্ৰযুক্তি,ভ্ৰমণ,খাদ্য প্ৰণালী,বুৰঞ্জী ইত্যাদি এই চেনেল ত জানিবলৈ পাব। আশা কৰিম
আপোনালোকে এই চেনেল subscribe কৰি সহযোগিতা আগবঢ়ায় যেন।
ধন্যবাদ
ভাস্কৰ দত্ত
পূৰ্বাঞ্চল
অসম
Hello,
This Is Bhaksar Dutta from Assam starting this assamese channel to show the people of Assam or North East India all about Travelling videos,tourist spots,Also to share all in assamese Language.I hope you will like this channel.
Thank you
My Address-
Boruah Chuck, Kalibari,
Sivasagar 785640
Assam
1st Video Uploaded as Purbanchal in January'2018
- 8:04
- Ай бұрын
কাপোৰৰ ব্যৱসায়ৰ আচল ঠাইত মই । ভয়ংকৰ দামত নতুন ব্যৱসায় । Assamese Vlog | Gujarat Surat Saree
- 1:01:58
- Ай бұрын
মানুহে বিশ্বাস কৰিব নোৱাৰা সঁচা ঘটনা । Crystal আজিকালি ইমান চৰ্চিত কিয় ?Assameae Podcast ft Vimo...
- 1:01
- Ай бұрын
Crystal কেনেকৈ যিকোনো ব্যক্তিৰ জীৱন উন্নত কৰাত সহায় কৰিব পাৰে | Crystal for Life #assam #crystal
- 16:32
- 2 ай бұрын
বিদূৰভাই ইতিহাস হ'ব । House Full । অসমীয়া চিনেমা জগতে জানক কিয় ? Bidurbhai Movie Review
- 12:49
- 2 ай бұрын
AIG HOSPITAL HYDERABAD ৰ ৰহস্য । মোৰ অৱস্থা বেয়া ?
- 7:00
- 3 ай бұрын
অসমত এনেকুৱা খেল হোৱা নাই । 174 খন বাহনৰ উপহাৰ কুপনৰ খেল
- 13:30
- 3 ай бұрын
মোৰ নতুন ঘৰ । তামাম কম দামত পাইগলোঁ - Flats in Jorhat
- 9:06
- 4 ай бұрын
প্লাষ্টিক বটলৰ আচৰিত নাও লৈ ব্ৰহ্মপুত্ৰত ভয়ংকৰ যাত্ৰা কৰিব ৪ যুৱকে - The Plastic Bottle Boat
- 7:48
- 4 ай бұрын
আচৰিত উদেশ্য লৈ শিৱসাগৰৰ পৰা এখন Heavy Budget খেল । ১২ খন গাড়ী, ৬ খন বাইক আৰু বহুতো ৷ Assamese V...
- 12:10
- 4 ай бұрын
বেমাৰ ভাল কৰাৰ এটা ব্যতিক্ৰমী পদ্ধতি । বহুতে এতিয়া বেয়া পাব । Assamese Treatment Video
- 14:20
- 4 ай бұрын
3 জন NIT Engineer য়ে বনাইছে Doctor ? কেনেকৈ ? Arch Learning
- 12:43
- 4 ай бұрын
Biggest Trading Office in Guwahati | TFAL GUWAHATI | ধুনীয়া এটা কাৰ্য্যালয় । Assamese Vlog
- 17:57
- 5 ай бұрын
অৱস্থা বেয়া আমাৰ ? Assam State Cancer Institute ত কি ঘটনা ?
- 11:00
- 5 ай бұрын
আগৰ কাগজকলৰ আচৰিত ৰহস্য উচ্ছেদ ? ভয়ংকৰ তথ্য ভৱিষ্যতৰ বাবে
- 13:52
- 5 ай бұрын
মৈদামৰ ভিতৰত জকা উদ্ধাৰ , সোন ৰূপৰ ভাণ্ডাৰ ? মৈদাম খনন দেখি হতভম্ব 😳 । Assamese Video
- 11:04
- 5 ай бұрын
Пікірлер