Siromani(Raks Assam)
নমস্কাৰ শিৰোমনি ইউটিউব চেনেলৰ ফালৰ পৰা , আপোনাক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। এই চেনেল টো অসমীয়া কলা সংস্কৃতি প্ৰচাৰৰ এক অপৰিহাৰ্য অংশ হব বুলি আমি পৰিকল্পনা কৰিছো ।উল্লেখযোগ্য এই চেনেল টো অসমৰ নাগাৰা নাম প্ৰচাৰৰ বিশেষ ভূমিকাত থকা Raks Assam ৰ এটা ভগ্নী চেনেল ।
যদি আপুনিও আমাৰ সোনৰ অসম খনৰ বুকুৰ পৰা আজি আধুনিকতাৰ গ্ৰাসত পৰি হেৰাই যাব ধৰা এই সম্পদ বোৰ ধৰি ৰাখিব বিচাৰিছে আৰু মোৰ এই প্ৰচেষ্টাৰ সমভাগী হব বিচাৰিছে, তেতিয়াহলে আমাক অলপ সহায় কৰক আৰু যদি বিচাৰে আপোনাৰ subscriptions আৰু অলপ share কৰি এই চেনেল (শিৰোমণি )টোক সকলোৰে মাজত জনপ্ৰিয় কৰি তোলক ।
এজন অসম সন্তানে আন এজন অসম সন্তানৰ সহায় ৰ বাট চাই থাকিম 🙏 |
যদি আপোনালোকে এই চেনেলৰ জৰিয়তে আপোনাৰ প্ৰতিভা তথা আপোনাৰ যিকোনো video(নাম, লোকগীত, ভক্তিমূলক গীত , অন্য যিকোনো video ) প্ৰচাৰ কৰিব বিচাৰে তেনেহলে যোগাযোগ কৰক -
(Phone no-84867-19075)
।ধন্যবাদেৰে।
~~~SIROMANI ENT
জয় আই অসম ।।
Пікірлер