Bhanita Baruah pathak
নমস্কাৰপোনপ্রথমে মই আপোনালোক সকলোলৈ মোৰ চেনেললৈ স্বাগতম জনাইছো।❤
অসমীয়াৰ বহুতো কৃষ্টি সংস্কৃতি সমূহ মই youtube ৰ জৰিয়তে প্ৰচাৰ প্ৰসাৰৰ কাৰণে প্ৰয়াস কৰিছোঁ। তেতিয়া হে আমাৰ কৃষ্টি সংস্কৃতি বোৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হব। যদি আপোনালোকে আমাৰ সোণৰ অসম খনৰ বুকুৰ পৰা আজি আধুনিকতাৰ গ্ৰাসত পৰি আমাৰ কৃষ্টি সংস্কৃতি বোৰ লুপ্ত হবলৈ ধৰা এই কৃষ্টি সংস্কৃতি বোৰ জীয়াই ৰাখিব বিচাৰিছে মোৰ সমভাগী হবলৈ বিচাৰিছে। তেতিয়া হলে মোক আপোনালোকে সহায় কৰক আৰু আপোনালোকে subscribe আৰু shear কৰি মোক সকলোৰে মাজত জনপ্ৰিয় কৰি তোলক। আপোনালোকৰ এই সহায় মোৰ অতিকৈ প্রয়োজন। গতিকে আপোনালোকৰ মৰম খিনিয়ে মোক আগুৱাই যোৱাত সাহস দিব।
🙏ধন্যবাদ 🙏
পাথক- ভনিতা বৰুৱা
💞 শংকৰ শীৰোমণি ছোৱালী নাগাৰানামৰ দল 💞
যোগাযোগ - 8474027021
- 1:19:01
- 28 күн бұрын
Nagara naam Bhanita Baruah এটি সম্পুৰ্ণ নাগাৰা নাম,,,ph/no 84740 27021
- 6:50
- 5 ай бұрын
ভনিতা বৰুৱাৰ কণ্ঠত এটি সুন্দৰ নাগাৰা নাম বিভিন্ন ধৰ্মীয় অনুষ্ঠানত পাবলৈ যোগাযোগ কৰক --84740 27021..
- 3:16
- 5 ай бұрын
ভনিতা বৰুৱাৰ কণ্ঠত এটি সুন্দৰ নাগাৰা নাম বিভিন্ন ধৰ্মীয় অনুষ্ঠানত পাবলৈ PH/no --84740 27021
- 4:31
- 5 ай бұрын
ভনিতা বৰুৱাৰ কণ্ঠত এটি সুন্দৰ নাগাৰা নাম////বিভিন্ন ধৰ্মীয় অনুষ্ঠনত পাবলৈ ph/no--8474027021
- 1:15:55
- 8 ай бұрын
Nagara naam Bhanita Baruah এটি সম্পূৰ্ণ নাগাৰা নাম ph no 8474027021
- 1:51
- 9 ай бұрын
Пікірлер