Gitashree Kitchen And Vlogs
Hi friends , l am Assamese Vlogger Jonmoni. Welcome to my youtube Channel Gitashree Kitchen And Vlogs. In this Channel I will be sharing my travelling videos are the different Recipes Beauty Tips Lifestyle Family Vlog.This Channel you can see Assam every small or big Place, Temple ,Nam ghar, Masjid, Girza etc.
Please must Subscribe to our Channel Share it with your friends & family .
🙏 Thank you so much. 🙏
নমস্কাৰ
শ্ৰদ্ধাৰ অসমৰ লগতে ভাৰতবাসী ৰাইজ মই জোনমনি ।
Gitashree Kitchen And Vlogs নামৰ চেনেলটোলৈ আপোনালোকক আদৰণি জনাইছো।
মোৰ চেনেলত আপোনালোকে অসমীয়া থলুৱা খাদ্য , বিভিন্ন ধৰণৰ ৰন্ধন, ব্লক , অসমৰ সকলো ঠাই মন্দিৰ চাবলৈ পাব ।মই জনাখিনি মোৰ youtube Channelৰ জৰিয়তে অসম তথা ভাৰতবাসী ৰাইজক দেখুৱাবলৈ চেষ্টা কৰো ।ভুল হলে শুধৰাই আগবঢ়ায় লৈ যাব ।ভাল লাগিলে চেনেললটো Share Comments like আৰু Subscribe কৰিব ।
🙏 ধন্যবাদ ।🙏
- 8:41
- 14 күн бұрын
প্ৰকৃতিৰ এনেকুৱা পৰিৱৰ্তন প্ৰথম বাৰ দেখিলোঁ//হঠাৎ আহিল ঘৰলে আলহী //শনি মন্দিৰৰ বাৰ্ষিক শনি পূজা ।
- 9:05
- 21 күн бұрын
ষোল্ল সোমবাৰ পালিলে যি ফল পায় শাওন মাহৰ সোমবাৰ পালিলেও একেই ফল //ৰাখি পূৰ্ণিমাত কি কৰিলো ?
- 7:43
- Ай бұрын
Vlog - বহুত গৰম এটাও মানুহ দেখিবলৈ নাই//কম মচলা কম তেলত ছাগলি মাংস//চাহৰ লগত খাবলৈ মুখৰোচক বনালো ।
- 6:32
- Ай бұрын
Happy Birthday ♥️🎂🎁🎉শাওঁন মাহৰ সোমবাৰ ডাঙৰ ছোৱালীৰ জন্মদিন🥰//ৰাতি গোসাঁই ঘৰটো কেনেদৰে ৰাখোঁ ?
- 7:15
- 2 ай бұрын
vlog -পটল আলুৰ লগত মাছৰ ৰেচিপি//জেষ্ঠ নাগৰিক সন্মিলনৰ ফালৰ পৰা সম্বৰ্ধনা @Assamesevideo
- 7:02
- 2 ай бұрын
Birthday Vlog 2024//Happy Birthday ❤️🎂🎁🎉🥰❤️
- 6:28
- 2 ай бұрын
ৰঙলাও আগৰ লগত মচু দালিৰ আঞ্জা😋//ৰঙালাউ আগৰ ৰেচিপী//Pumkin leave Recipe . @Gitashreekitchenandvlogs
- 12:23
- 2 ай бұрын
ভাৰত নাট্যমত ঘুগুৰু পিন্ধোৱাৰ কি নিয়ম ?//পূৰৈ শাকৰ আঞ্জা//বিহাৰৰ পৰা আম আনিলে @Gitashreekitchen
- 7:16
- 2 ай бұрын
vlog = অম্বুবাচী কেনেকৈ পালন কৰিলো ?
- 7:04
- 2 ай бұрын
vlog- ফুলত কি সাৰ দিওঁ🌷🌻🏵️🌹🌺//পেলনীয়া বস্তুৰে কি তৈয়াৰ কৰো//Gitashree য়ে কান ফুটাওতে কি কৰিলে ?
- 10:05
- 3 ай бұрын
ৰঙাপাৰাৰ "উদীয়ন বিহুৱা দলৰ বিহু " এবাৰ চাব দেই //Rangapara UdiYon Bihua Dol @Rangapara
- 10:06
- 3 ай бұрын
লোকনাথ বাবাৰ পূজা কিয় কৰা হয় আৰু কৰিলে কি ফল পায় ?// Meesho পৰা কি আনিলো❤️🥰 ❤️//Art Competition .
- 23:12
- 3 ай бұрын
ৰঙাপাৰাৰ শিল্পী সকলে পৰিৱেশন কৰা বাৰেবৰনীয়া নৃত্য গীতৰ অনুষ্ঠান @Gitashreekitchenandvlogs
- 12:12
- 4 ай бұрын
ছাত্ৰ সন্থাৰ বিহুত "গহপুৰৰ পাঞ্জজন্ন বিহু দলে" ৰঙাপাৰাৰ মুকলি বিহু কপাই তুলিলে😍// Ghopu...
- 5:17
- 4 ай бұрын
Vlog : প্ৰথম বাৰ ছোৱালীৰ নাচৰ পৰীক্ষা //Indian Classical Bharatnatyam Dance Eaxam At Rangapara .
- 10:58
- 4 ай бұрын
ৰঙাপাৰাত উদিয়মান গায়কৰ ন-পুৰণি গীতৰ শৰাই❤️🥰❤️//Stage Performance of Assamese song //Bihu Special .
- 16:48
- 4 ай бұрын
Пікірлер