Cricket Guru Assam
নমস্কাৰ অসমৰ ক্ৰিকেট অনুৰাগী সকল । মই ডিম্পু বৰুৱা - #CricketGuruAssam ইউটিউব চেনেলৰ পৰিচালক । ক্ৰিকেটৰ বিভিন্ন খবৰ,বাতৰি,কাহিনী তথা ক্ৰিকেট বিশ্লেষণ নিজৰ ভাষা অসমীয়াত ভিডিঅ' আকাৰত প্ৰচাৰ কৰাৰ উদ্দেশ্যেৰে এই চেনেলটো খোলা হৈছে । আশা কৰো আপোনালোকে মৰম দিব,উৎসাহ দিব আৰু ভিডিঅ' সমূহ উপভোগ কৰি উপকৃত হব । লগতে আপোনাৰ চিনাকি অসমীয়া ক্ৰিকেট প্ৰেমী ব্যক্তিকো ভিডিঅ'বোৰ ছেয়াৰ কৰি মোক আগুৱাই যোৱাত উৎসাহ দিব ।#CricketGuruAssam ইউটিউব চেনেলৰ উপৰিও ফেচবুক পেজ হিছাপেও উপলব্ধ । গতিকে অসমৰ ক্ৰিকেটপ্ৰেমী ৰাইজে ক্ৰিকেটৰ বিভিন্ন কথা-বতৰা,কাহিনী, খবৰ আদি নিজৰ ভাষা অসমীয়াত জানিবৰ বাবে ইউটিউবত চাবছক্ৰাইব কৰিব "Cricket Guru Assam" আৰু লগতে আমাৰ ফেচবুক পেজ "ক্ৰিকেট গুৰু অসম" লাইক কৰিবলৈ নাপাহৰিব । লগতে ইনষ্টাগ্ৰাম পেজ @cricket_guru_assam follow কৰি ইনষ্টাগ্ৰামতো খবৰ-বাতৰিড পাই থাকিব । ক্ৰিকেটৰ কথাবোৰ নিজৰ ভাষা অসমীয়াত বিয়পাৱক । জয় আই অসম ।
ডিম্পু বৰুৱা ,Cricket Guru Assam Network,Assam .
Instagram :- @Cricket_Guru_Assam .
- 3:33
- 4 сағат бұрын
India Beat Bangladesh in 2nd T20 | Riyan Parag ?
- 2:37
- 9 сағат бұрын
Jaiswal & Riyan Parag Next Rohit-Virat Harbhajan Singhৰ মন্তব্য
- 3:59
- 12 сағат бұрын
India Dominating Win Over Bangladesh in 1st T20 🇮🇳🔥 | Riyan Parag ?
- 7:05
- 14 сағат бұрын
India Vs Bangladesh 1st T20 Playing 11, Pitch & More | Riyan Parag in 11
- 5:38
- 16 сағат бұрын
India Women Start T20 World Cup Campaign With a Big Defeat
- 6:02
- 19 сағат бұрын
India W Vs Newzealand W in Women's T20 World Cup 2024 - PREVIEW
- 1:51
- 14 күн бұрын
Indian Cricketer Musheer Khan Serious Accident
- 3:24
- 14 күн бұрын
India Vs Bangladesh Kanpur Test | Day 1 | Bangladesh 107/3 🇮🇳🇧🇩
- 2:01
- 14 күн бұрын
IPL 2025 Retention News | Assamese | Cricket Guru Assam
- 6:23
- 14 күн бұрын
India A Champion Of Duleep Trophy | Riyan Parag Champion 🏆
- 5:12
- 21 күн бұрын
Rishabh Pant & Shubman Gill 💯 , India Approaching Win Vs Bangladesh | Riyan Parag Good Knock
- 4:27
- 21 күн бұрын
Ashwin & Jadeja Shine On India Vs Bangladesh 1st Test Day 1 🇮🇳🇧🇩
- 7:54
- 21 күн бұрын
India Vs Bangladesh Test Series 2024 : Playing 11,H2H & More
- 4:24
- 28 күн бұрын
Riyan Parag T20 Innings For India A in Duleep Trophy | Arshdeep Singh Angry On Riyan Parag 🤬
- 1:37
- Ай бұрын
Пікірлер