Raks Assam
ইমান ভাবি একো নাই, আমাৰ খাটাং কথা আমাৰ video চাই কেতিয়াও নিৰাশ নহয় । Subscribe কৰি চাওক নিজে গম পাব 😊জয় আই অসম 🙏 বন্ধু সকল
পোন প্ৰথমে মই সকলোকে মোৰ এই সৰু পৃথিৱী খনলৈ স্বাগতম জনাইছো।
অসমীয়া থলুৱা নাম - প্ৰসংগ, অসমীয়া নাটক আৰু বহুতো অসমীয়াৰ কৃষ্টি-সংস্কৃতি KZitem ৰ জৰিয়তে মই বিশ্ব দৰবাৰত পৰিচিত কৰাৰ মানস কৰিছো ।
যদি আপুনিও আমাৰ সোনৰ অসম খনৰ বুকুৰ পৰা আজি আধুনিকতাৰ গ্ৰাসত পৰি হেৰাই যাব ধৰা এই সম্পদ বোৰ ধৰি ৰাখিব বিচাৰিছে আৰু মোৰ এই প্ৰচেষ্টাৰ সমভাগী হব বিচাৰিছে, তেতিয়াহলে মোক অলপ সহায় কৰক আৰু যদি বিচাৰে আপোনাৰ subscriptions আৰু অলপ share কৰি এই চেনেল (RAKs ASSAM )টোক সকলোৰে মাজত জনপ্ৰিয় কৰি তোলক ।
এজন অসম সন্তানে আন এজন অসম সন্তানৰ সহায় ৰ বাট চাই থাকিম 🙏 |
যদি আপোনালোকে এই চেনেলৰ জৰিয়তে আপোনাৰ প্ৰতিভা তথা আপোনাৰ যিকোনো video(নাম, লোকগীত, ভক্তিমূলক গীত , অন্য যিকোনো video ) প্ৰচাৰ কৰিব বিচাৰে তেনেহলে যোগাযোগ কৰক -
(Phone no-84867-19075)
।ধন্যবাদেৰে।
~~~RAKs ASSAM KZitem CHANNEL
জয় আই অসম ।।
- 1:02:06
- Жыл бұрын
New Nagara Nam Debbratar Pratigya by Gitika Devi baruah // গীতিকা দেৱী বৰুৱা // দেৱব্রতৰ প্ৰতিজ্ঞা
- 1:14:52
- Жыл бұрын
New nagara nam 2023 by Sangita deka // Bhimar adya shradhya // নতুন নাগাৰা নাম // সংগীতা ডেকা
- 43:04
- Жыл бұрын
এগৰাকী সুন্দৰী নাগাৰা নামৰ পাঠক বৰষা ৰাণী দাস ।। Raks কথা বাৰ্তা ।। Episode 3 ।। #Barasharani
- 14:42
- Жыл бұрын
হাঁহি হাঁহি পাগল হৈ যাব 😂 ৰামচৰণ ভৰালী দেৱৰ নাগাৰা নাম 🤣😂😆 #raksassam #nagaranam #Ramcharan
- 1:02:12
- Жыл бұрын
ৰমা দেৱীৰ সতিত্ব পৰীক্ষা // New Nagara Nam by Dhruva Medhi //8099832656// Raks Assam
- 54:03
- Жыл бұрын
New nagara nam by Dipen Kalita // চাৰি পক্ষীৰ উপাখ্যান// দ্বিপেন কলিতা // 99571 52432
- 44:05
- 2 жыл бұрын
Nagara nam by subhash nath // সুভাষ নাথ নাগাৰা নাম
- 1:07:51
- 2 жыл бұрын
New nagara nam by Dipen kalita // Swargar Kanya martyar Dora // 99571 52432 // Raks ASSAM
- 6:06
- 2 жыл бұрын
Partha Pratim Talukdar Guru Bandana #newnagaranam
- 54:21
- 2 жыл бұрын
New Nagara Nam by Baijyanti Talukdar ।। chandrabhanur biya ।। নতুন নাম 2022 । বৈজয়ন্তী নাথ তালুকদাৰ
- 19:37
- 2 жыл бұрын
Partha Pratim Talukdar New Nagara Nam // 81340 17227//Raks Assam
- 5:14
- 2 жыл бұрын
Subhash Nath Nagara Nam video....ojapali performed by subhash nath .... সুভাষ নাথ নাগাৰা নাম.....RA
- 14:54
- 2 жыл бұрын
Partha Pratim Talukdar Nagara Nam । part - ১
- 32:00
- 2 жыл бұрын
Kusum Devi Nagara Nam // Garur Aru Sudarshan R Darpa Churna
- 4:47
- 2 жыл бұрын
New Nagara Nam By Bhaben Kalita
- 17:14
- 2 жыл бұрын
Пікірлер