১ম শ্ৰেষ্ঠ দল- চক্ৰবেহু | সদৌ অসম শিশুনাট সমাৰোহ, ২০২৪ | All Assam Children Drama Competition
শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত আয়োজিত "সদৌ অসম শিশুনাট সমাৰোহ-২০২৪"ত যুটীয়াভাৱে প্ৰথম শ্ৰেষ্ঠ দলৰ পুৰস্কাৰপ্ৰাপ্ত, পূবেৰুণ, লখিমপুৰ মইনা পাৰিজাতে পৰিৱেশন কৰা এখন সুন্দৰ নাটক "চক্ৰবেহু" আপোনালোকলৈ আগবঢ়াই দিছোঁ। নিশ্চয় ভাল পাব।
নাট্যকাৰ: নিতুল ভূঞা
পৰিচালক: অংকুৰ দত্ত
যিকোনো সাংস্কৃতিক অনুষ্ঠান প্ৰচাৰৰ বাবে যোগাযোগ কৰক- 6003582951
ধন্যবাদ🙏🙏🙏
#drama
#childdrama
#children
#pmbmix
Негізгі бет ১ম শ্ৰেষ্ঠ দল- চক্ৰবেহু | সদৌ অসম শিশুনাট সমাৰোহ, ২০২৪ | All Assam Children Drama Competition
Пікірлер: 13