কি শুনাইছে,, বস্তাব জীৱনৰ লগত একো কথাতে মিল নাই,,,, THE SUN RISES IN THE EAST,,,, বাস্তৱত সূয্য একে ঠাইতে থাকে,,কোনোবা মহাপুৰুষে আজিলৈকে কৈছে সুযৌ একে ঠাইতে থাকে আমি ভুল,,,প্ৰকিততে সূয্য লৰ চৰ নহয়,,,,,,,
@sriborah
3 ай бұрын
বাস্তৱত দৃষ্টিগোচৰ নোহোৱা অজস্ৰ বস্তুৰে সৈতে জীৱন আৰু দৰ্শনৰ লগত জড়িত হৈ আছে। দৃশ্যমান নহ'লেই যে তাৰ অস্তিত্ব নাই, তেনে হ'ব নোৱাৰে বাপ। কৃষ্ণ 🙏 যিখিনি কথা পূৰাণ, শাস্ত্ৰ আদিত প্ৰকাশ আছে, সেইসমূহ বিষয়হে ব্যাখ্যা কৰা হৈছে। আপোনাৰ যান্ত্ৰিক বাস্তৱৰ ব্যস্ততাৰ মাজতো সময় অলপ খৰচ কৰি সেই সমূহ শাস্ত্ৰ অধ্যয়ন কৰিব বুলি আশা ৰাখিলোঁ বাপ, কৃষ্ণ 🙏
@vikramborgohain1910
3 ай бұрын
@@sriborah( NATURE IS GOD,, GOD IS NATURE,, এইটোৱে চিৰ সত্য). মানুহে নিজৰ স্বাৰ্থৰ কাৰণে সমগ্ৰ পিথিবীত কিমান ভগৱান, কিমান ভুত, দেবতা,আত্মা, প্ৰৰমআত্মা,, বনালে মানুহে নিজেই নাজানে,,, আৰু সকলোতকৈ ডাঙৰ কথা,,, মানুহে বনোৱা ভগমান বিলাকৰ power একোতা, একোতা ঠাই ভেদে বেলেগ, বেলেগ,,, সমগ্ৰ পৃথিৱীত নানা ভগৱানৰ, নানা মত,,,,,,,,,
@sriborah
3 ай бұрын
@@vikramborgohain1910আপোনাৰ এই মন্তব্যৰ পৰা এভাগ কথা জ্ঞাত হ'লো যে, আপুনি যুগ সৃষ্টি আগতেও হয়তো এই পৃথিৱীত আছিল। যাৰ বাবে ঈশ্বৰ বা ভগৱানক মানুহে নিজ স্বাৰ্থৰ কাৰনে কিয় সৃষ্টি কৰিলে, সেই কথা সমূহ আপোনাৰ জ্ঞাত। তদুপৰি আপোনাৰ দেহত সুমাই থকা জীৱ বা আত্মা (আপোনাৰ ভাষাত হয়তো বেলেগ হ'ব) বুলা সেই অদৃশ্য শক্তি (আপোনাৰ ভাষাত হয়তো supreme power) আপোনাৰ নিজৰ মতে চলে নে বাৰু...? আপোনাৰ মন্তব্যৰ বাবে ধন্যবাদ জনালো ঈশ্বৰ 🙏🙏
@vikramborgohain1910
3 ай бұрын
@@sriborah আত্মা, পৰমাত্মা, ভুত, ভগৱান বুলা কোনো বস্তু সত্য নহয়,,,, supreme power এইটো আপোনালোকে দিয়া নাম,,, আপোনলোকৰ মতে চলিলে,, ডাক্তৰ, scientist, mazicciyan সকলোকে ভগৱান বুলি মানিব লাগিব,,, মোৰ জীবনত এটা কথাই বুজি পালোঁ,, NATURE IS GOD, GOD IS NATURE ইয়াতকৈ আৰু চিৰ সত্য একো নাই,,
@sriborah
3 ай бұрын
@@vikramborgohain1910আপুনি ভবা-নভবা, মানা-নামানা ক লৈ সত্যৰ পৰিবৰ্তন নহয়। অদৃশ্য হ'লেই অস্তিত্ব নথকাক নুবুজাই ঈশ্বৰ 🙏, কেৱল সেই অস্তিত্বক বিশ্বাস কৰা যায় আৰু মানি লোৱা যায়। বায়ু নহ'লে আপুনি অক্সিজেন ল'ব নোৱাৰে, অৰ্থাৎ আপুনি জীয়াইযে থাকিব নোৱাৰে। কিন্তু আপোনাৰ বাহ্যিক দৃষ্টিৰে কেতিয়াবা দেখা পাইছে জানো..…? আপুনি কৈছে যে, জীৱ, আত্মা, পৰমাত্মা বুলি তেনে একো শক্তি নাই। তেন্তে আপুনি জীৱাই কেনেকৈ আছে...? আপুনি জড় পদাৰ্থ হে হ'ব লাগিছিল ! আপুনি যি শক্তিৰ বাবে জীৱাই আছে, সেই শক্তিক মানি নোলোৱা মানে, আপুনি আপোনাৰ পিতৃ ক মানি নোলোৱা তুল্য হৈছে। আপোনাৰ কথা মতে, আপুনি আপোনাৰ পিতৃৰ পৰা জন্ম হোৱা নাই।
Пікірлер: 159