কৃষ্ণ কৃষ্ণ 🙏🙏। হয় হয় ইয়াত শিৱৰ নাম উল্লেখ নাই। আমি নাম অপৰাধৰ কাৰন সমূহ হে ব্যক্ত কৰিছোঁ। কোন শ্ৰেষ্ঠ,, কাক পূজা কৰিব, কাক নকৰিব সেই কথা প্ৰকাশ কৰা নাই। কেৱল কোনো জনক নিন্দা নকৰা কথাটোৱে প্ৰকাশ কৰা হৈছে। তথাপি অজ্ঞাতে যদিও আপোনাৰ অন্তৰত কষ্ট দিলোঁ তেন্তে অপৰাধ বিনাশন 🙏🙏🙏 কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏🙏
@minuchekanidhara8163
4 күн бұрын
এনেকৈ বুজাই দিয়া বাবে উপকৃত হৈছোঁ৷কৃষ্ণ কৃষ্ণ
@sriborah
4 күн бұрын
কৃষ্ণ
@RanuBorah-pm9ni
4 күн бұрын
Xundor
@sriborah
4 күн бұрын
ধন্যবাদ 🙏 কৃষ্ণ
@profullakalita1818
Күн бұрын
THANKS
@sriborah
Күн бұрын
Welcome
@Paulbasumatariy
2 күн бұрын
আপোনাৰ প্ৰত্যেকটো ভিডিঅ' এ চাও । বৰ সুন্দৰকৈ ব্যাখ্যা কৰে আপুনি বাপ 🙏 কৃষ্ণ
0:46 শিৱ আৰু বিষ্ণুৰ গুণ নামৰ ভিন্ন দেখিলেহে নাম অপৰাধ হয়।
@sriborah
16 сағат бұрын
হয় হয়। কৃষ্ণ 🙏 সেই কথা ভাগৰে তত্ত্ব অনধাৱন নকৰি সমাজত ভুল ব্যাখ্যা হৈ থাকে।
@pradiptalukdar7798
2 күн бұрын
আচলতে বিষ্ণু আৰু শিৱ ভিন্ন দুই নাম কিন্তু দুয়োৰে স্বৰূপ এক অৰ্থাৎ দুই ভিন্ন নাম ব্যক্তি এজনেই ৷
@sriborah
2 күн бұрын
একেবাৰে শুদ্ধ সত্য, সেই তত্ত্ব কথা ভাগেই জনা প্ৰয়োজন। কৃষ্ণ 🙏
@boomcomics8745
2 күн бұрын
Jugal::::::::::::Kun bidh naam shrestha.jonabosun.
@sriborah
2 күн бұрын
কলি যুগত শ্ৰেষ্ঠ কেৱল এক হৰি নাম। কিন্তু সেই এক হৰি নাম লওতে বেলেগৰ নিন্দা নহ'লে ভাল হয় বুলি আমাৰ ব্যক্তিগত অভিমত।
@mridusmitaboruah9108
4 күн бұрын
পাসন্দ মন্থনৰ কথা জনাব
@sriborah
4 күн бұрын
নিশ্চয় প্ৰয়াস কৰিম 🙏 কৃষ্ণ
@biswajitbaruah3564
4 күн бұрын
Kisu Luke koi hastrar katha bilak besikoi janile pagal habo lagiba , hakalure mat bilak janile kheli meli lagi jai ,kak erim kak dharim , asal katha bilak kune bujai kabo , ami ati adham prbhu , khyma kariba manat bahu prasnar khelimeli lagi ase , agate najanisilu tetiai bhal asil ,alpo bidyai mur vakatir pathtu khelimeli lagaise kio janu , moi brahmania hamajar ,moi jag,jagya,puja patal eibilak hakalu bad di ishar krisnak bhajana karu belegak nakaru mur bhul hoise neki baru , parthana bilakeu takei koi ase ,
Пікірлер: 135