কোনো অসমীয়া নোলাব বৰপিঠা বা ঘিলাপিঠা বেয়া পোৱা ।অতি সহজ যদিও সঠিক ভাৱে জোখ অনুপাতে
বনালে খাবলৈও ভাল হয় ,দেখিবলৈও ভাল হয় ।বিশ্বদৰবাৰলৈ সঠিক ভাৱে পঠালে নিশ্চয় আদৰি ল'ব।
তাৰ বাবে লাগিব সঠিক উপস্হাপন ।
তাহানিৰ দিনৰে পৰা চলি অহা এইবিধ পিঠা ৰজাক বেলেগ নতুনত্ব দিয়া প্ৰয়োজনে নাই । কাৰণ ৰঙত ৰজা,ফুলি ফুলি উঠাত ৰজা ,খাবলৈয়ো ৰাজকীয় সোৱাদ।
মুখত পমি যায় ।ঠাণ্ডা হ'লেও ফুলি নাথাকে যদিও কলপাত পাৰি থ'লে মোলায়ন হৈ থাকে ।
Негізгі бет অসমীয়া পৰম্পৰাগত বৰপিঠা বা ঘিলাপিঠা | পৌৰাণিক আখ্যানৰ ৰজা।।অতি সুস্বাদু
Пікірлер: 101